Year: 2023

এই তিনি লক্ষণ ভূলতো অবহেলা নকৰিব…

এই তিনি লক্ষণ ভূলতো অবহেলা নকৰিব…

ডায়েবেটিছ ৰোগৰ তিনিটা সতৰ্কমুলক লক্ষণ অবহেলা নকৰিব :- আপোনাৰ দেহত ডায়েবেটিছ ৰোগৰ আবিৰ্ভাৱ আপুনি গম পায় কিন্তু আপুনি অবহেলা কৰাৰ বাবেহে এই ৰোগ আপোনাৰ দেহত পুৰনি হৈ পৰে। দেহত আবিৰ্ভাৱ হোৱা এই ৰোগে ঘাইকৈ তিনিটা লক্ষণৰে ব্যাক্তিবিশেষক সতৰ্ক কৰে :- ১) সঘনাই পেচাব কৰাৰ প্ৰৱণতা (polyurea) । ২) সঘনাই পানীৰ

নৱজাতকক কেনেকৈ শুবলৈ দিয়া বিপজ্জনক!! কেনেকৈ শুৱাব লাগে শিশুক?

নৱজাতকক কেনেকৈ শুবলৈ দিয়া বিপজ্জনক!! কেনেকৈ শুৱাব লাগে শিশুক?

নৱজাতক শিশুক টোপনিৰ সঠিক পদ্ধতি পালন নকৰালে হ’ব মাৰাত্মক ক্ষতি :- কেনেদৰে শুব লাগে আপোনাৰ নৱজাতক শিশু ? আপোনাৰ কনমাণিয়ে সঠিক ধৰণে টোপনি মাৰেনে ? কেনেদৰে শুৱাই দিব লাগে শিশুক ? আৰু কেনেদৰে শুৱাব নোৱাৰিব নৱজাতকক ? এই আটাইবোৰ প্ৰশ্ন এবাৰো মনলৈ আহেনে ? যদি আহে কাৰোবাৰ পৰামৰ্শ লৈছেনে ?

দাতৰ দাগ গুচাবলৈ এটি সহজ আৰু লাখটকীয়া টিপছ..

দাতৰ দাগ গুচাবলৈ এটি সহজ আৰু লাখটকীয়া টিপছ..

  দাতৰ দাগ গুচাবলৈ এটি সহজ আৰু লাখটকীয়া টিপছ :- সৰু বৰ সকলো লোকেই দাত দুবাৰকৈ ঘহিবব লাগে বুলি জানো আৰু কৰিও আহিছোঁ। আৰু এই দুবাৰকৈ দাত ঘহাৰ ফলতে বহুজনৰে দাত পৰিষ্কাৰো হৈ থাকে। কিন্তু বহুলোকে চাধা, গূটখা, পান মছলা, চিগাৰেট, বিড়ি আদি সেৱন কৰাৰ ফলত টুথপেষ্ট আৰু ব্ৰাছেৰে ঘহাৰ

লোকসভাত গৃহীত হ’ল তিনিখন অপৰাধ বিধেয়ক…

লোকসভাত গৃহীত হ’ল তিনিখন অপৰাধ বিধেয়ক…

প্ৰায় বিৰোধীশূন্যভাৱেই চলি আছে সংসদৰ শীতকালীন অধিৱেশন। সংসদৰ এই বিৰোধী শূন্য অৱস্থাৰ মাজতে আজি লোকসভাত গৃহীত হ’ল তিনিখনকৈ গুৰুত্বপূৰ্ণ বিধেয়ক। লোকসভাত আজি প্ৰায় বিৰোধীৰ অনুপস্থিতিত ঔপনিৱেশিক যুগৰ অপৰাধী আইনৰ স্থানত তিনিখন নতুন অপৰাধ বিধেয়ক গৃহীত হয়। নিম্ন সদনত গৃহীত হয় ভাৰতীয় ন্যায় (দ্বিতীয়) সংহিতা, ২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা (দ্বিতীয়) সংহিতা,

সংসদৰ নিৰাপত্তাৰ দায়িত্বত দিল্লী আৰক্ষীৰ পৰিৱৰ্তে চি আই এছ এফ…

সংসদৰ নিৰাপত্তাৰ দায়িত্বত দিল্লী আৰক্ষীৰ পৰিৱৰ্তে চি আই এছ এফ…

যোৱা ১৩ ডিচেম্বৰত সংঘটিত সংসদৰ নিৰাপত্তা ভংগৰ ঘটনাক লৈ এতিয়াও তোলপাৰ হৈ আছে দেশৰ ৰাজনীতি। এই বিষয়কে কেন্দ্ৰ কৰি হোৱা বিতৰ্কৰ পিছত সংসদৰ পৰা নিলম্বিত হৈছে বিৰোধীৰ ১৪৫ গৰাকীকৈ সাংসদ। তাৰ মাজতে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি এতিয়াৰ পৰা সংসদৰ নিৰাপত্তাৰ দায়িত্ব দিল্লী আৰক্ষীৰ পৰিৱৰ্তে কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী, চমুকৈ