Year: 2023

মানকাচৰ আৰক্ষীৰ জালত বাংলাদেশী যুৱক ! যুৱকজনৰ ঘৰ বাংলাদেশৰ কুম্ভিৰগ্ৰাম জিলাত…

মানকাচৰ আৰক্ষীৰ জালত বাংলাদেশী যুৱক ! যুৱকজনৰ ঘৰ বাংলাদেশৰ কুম্ভিৰগ্ৰাম জিলাত…

মানকাচৰ আৰক্ষীৰ জালত বাংলাদেশী যুৱক। ২০০৮ চনত যুৱকজনে মানকাচৰত কৰিছিল প্ৰৱেশ । মিজানুৰ ৰহমান নামৰ যুৱকজনৰ ঘৰ বাংলাদেশৰ কুম্ভিৰগ্ৰাম জিলাত। মানকাচৰৰ ভুৰাকটাত বিবাহ পাতি স্থায়ীভাৱে কৰিছিল বসবাস। ভাৰতীয় ভোটাৰ পৰিচয়

মহানগৰীৰ সমীপৰ ৰাণীত ভয়ংকৰ পথ দুৰ্ঘটনা..

মহানগৰীৰ সমীপৰ ৰাণীত ভয়ংকৰ পথ দুৰ্ঘটনা..

মহানগৰীৰ পাশ্বৱৰ্তী ৰাণীত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ৰাণীগেটৰ বিএছ এফ চাউনিৰ সন্মুখৰ পথেদি তীব্ৰবেগত আহি থকা ট্ৰাকে এখনে মহতিয়াই নিয়ে দুই বাইক আৰোহীক। দুৰ্ঘটনাটোত থিতাতে নিহত এগৰাকী মহিলা। আনহাতে আহত

কোকৰাঝাৰত মধ্যাহ্ন ভোজন ৰান্ধনী কৰ্মী -সহায়িকাৰ প্ৰতিবাদ…

কোকৰাঝাৰত মধ্যাহ্ন ভোজন ৰান্ধনী কৰ্মী -সহায়িকাৰ প্ৰতিবাদ…

মধ্যাহ্ন ভোজন ৰান্ধনী কৰ্মী -সহায়িকাৰ মাহিলী পাৰিশ্ৰমিক ৯৬০০ টকালৈ বৃদ্ধি কৰা, অহা ১০ দিনৰ ভিতৰত ৰান্ধনী -সহায়িকাসকলৰ সমস্যা সম্পৰ্কত কেবিনেটত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা, ১০ দিনৰ ভিতৰত মাহিলী বকেয়া

১০,০০০ টকা উৎকোচ লৈ মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ জালত BDO শেৱালী চক্ৰৱৰ্তী

১০,০০০ টকা উৎকোচ লৈ মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ জালত BDO শেৱালী চক্ৰৱৰ্তী

উৎকোচ লৈ এইবাৰ মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল নগাঁৱৰ আৰ এছ এছ নেতাৰ পত্নী তথা খণ্ড উন্নয়ন বিষয়া শেৱালী চক্ৰৱৰ্তী। হোজাই জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন

মহিলাৰ চতুৰ্থ প্ৰেমিকে হত্যা কৰিলে অঞ্জনক! গ্ৰেপ্তাৰ ৩জন

মহিলাৰ চতুৰ্থ প্ৰেমিকে হত্যা কৰিলে অঞ্জনক! গ্ৰেপ্তাৰ ৩জন

কইনাধৰাৰ হত্যাকাণ্ডত জড়িত ৩ অভিযুক্তক গ্রেপ্তাৰ ক্রাইম ব্রান্সৰ। জনৈক গোৱেংকা উপাধিৰ যুৱকৰ দ্বাৰা সংঘটিত হৈছিল এই হত্যাকাণ্ড। অভিযোগ অনুসৰি গায়িত্রী সিনহাৰ চতুৰ্থ প্রেমিক আছিল গোৱেংকা উপাধিধাৰী ব্যক্তিগৰাকী। হত্যাকাণ্ডৰ বাবে বিহাৰৰ