লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ থকা অৱস্থাত ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে ১৪ টা সংসদীয় সমষ্টিৰ বাবে ৮৪ জনীয়া প্রার্থিত্ব প্ৰত্যাশীৰ প্ৰাৰম্ভিক পেনেল প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে,প্ৰদেশ কংগ্ৰেছৰ
Year: 2023
শাৰদীয় বতৰক আধ্যাত্মিকতাৰ পৰশেৰে উজ্জীৱিত কৰি সৰগৰ পৰা ধৰালৈ আহিব দেৱী দুর্গা৷ সমাজৰ অপশক্তিবোৰক উৎখাত কৰি দেৱী দুর্গাই কৰিব শান্তি প্রতিষ্ঠা৷ অপূর্ণ কামনাবোৰ সিদ্ধি হোৱাৰ আশিস ৰাইজক প্রদান কৰিব৷ দেৱী
গুৱাহাটী মহানগৰীৰ মাজমজিয়াত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা। কইনাধৰাত এজন যুৱকলৈ লক্ষ্য কৰি গুলীচালনা দুৰ্বৃত্তৰ। যুৱকজনৰ বুকুত গুলী লগা বুলি জানিব পৰা গৈছে। আঘাতপ্ৰাপ্ত যুৱকজনৰ নাম অঞ্জন নাথ। অঞ্জন নাথৰ ঘৰ বশিষ্ঠত।
বিহাৰত ৰে’ল দুৰ্ঘটনাত নিহত অসমৰ ২ যাত্ৰী। নিহত হয় ৩৩ বছৰীয়া ঊষা ভাণ্ডাৰী আৰু ৮ বছৰীয়া আকৃতি ভাণ্ডাৰী। ৰে’ল দুঘটনাত নিহত হোৱা ঊষা ভাণ্ডাৰী আৰু আকৃতি ভাণ্ডাৰীৰ ঘৰ তিনিচুকীয়াৰ চপাখোৱাত। সম্প্ৰতি
বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। অসমলৈ আহি থকা নৰ্থ ইষ্ট এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত। ডাউন লাইনত গৈ থকা ৰে’লখন লাইনচ্যুত হৈ পৰে। জানিব পৰা মতে, এই দুৰ্ঘটনাত ৰে’লখনৰ কেইবাটাও ডবা বাগৰি পৰিছে।