আজিৰ দিনত ভৰিত ক’লা সূতা পিন্ধাটো প্ৰায়ে দেখা যায় আৰু ই বৰ্তমান ফেশ্বনলৈ ৰূপান্তৰিত হোৱা দেখা গৈছে। জ্যোতিষৰ মতে ক’লা সূতা পিন্ধাৰ কিছুমান নিয়ম আছে। যদি আপুনি এই নিয়মসমূহ মানি নচলে, তেন্তে আপুনি কিছুমান বেয়া প্ৰভাৱৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে, গতিকে ক’লা সূতা বান্ধি থাকোঁতে এই নিয়মসমূহ মানি চলিব। ক’লা
Year: 2023
প্ৰতিজন মানুহেই যিমান পাৰে তাতোতকৈ বেছি উপাৰ্জন কৰিবলৈ চেষ্টা কৰে। কিছু সংখ্যকে উপাৰ্জন কৰে যদিও, জমা কৰিব নোৱাৰে সেই ধন। আয়-ব্যয়ৰ মাজত ভাৰসাম্যহীনতাৰ বাবে এজন ব্যক্তি দুখীয়া হৈয়েই থাকে। জ্যোতিষ আৰু বাস্তু শাস্ত্ৰৰ মতে ইয়াৰ আঁৰত বহু কাৰণ থাকিব পাৰে। বাস্তু শাস্ত্ৰ অনুসৰি ঘৰৰ তিনিটা স্থানত দৰিদ্ৰতাই বাস কৰে বুলি
বাস্তু শাস্ত্ৰ। প্ৰায় সকলো মানুহে বিশ্বাস কৰে বাস্তু শাস্ত্ৰত। নিজৰ নিজৰ ঘৰখনত সুখ শান্তি বৰ্তাই ৰাখিবলৈ বহুলোকে মানি চলে বাস্তু শাস্ত্ৰ। ঘৰ এখনত ক’ত কি বস্তু ৰাখিব আদিকে ধৰি সকলো কাম কৰাৰ ক্ষেত্ৰত মানি চলে বাস্তু শাস্ত্ৰ। বাস্তু শাস্ত্ৰৰ মতে, মানুহে ঘৰৰ ভিতৰত কিছুমান সামগ্ৰী ৰাখিব নালাগে। আৰু কিছুসংখ্যক সামগ্ৰী
মেষ ৰাশি : আজি আপোনাৰ বাবে শুভ দিন । আজি আপোনাৰ ধন লাভৰ যোগ আছে। আপোনাৰ নতুন পৰিযোজনা সমূহক লৈ আপোনাৰ মা-দেউতাকক বিশ্বাসত লোৱাৰ এয়াই সঠিক সময়। ৰোমাঞ্চৰ বাবে আজি এক ভাল দিন। বৰিষ্ঠ ব্যৱসায়ীৰ বাবে আজি এক ভাল দিন। যিবোৰ বস্তু আপোনাৰ বাবে আৱশ্যক নহয় সেইবোৰ বস্তুত আপুনি আজি
চলিত ডিচেম্বৰ মাহত কোন কেইটা ৰাশিৰ জাতক-জাতিকাৰ ভাগ্য উদয় ? কোন কেইটা ৰাশিৰ জাতক-জাতিকাই লাভ কৰিব বেয়া ফল ? এই সম্পৰ্কে জনালে জ্যোতিষ সম্ৰাট ড৹ হেমাংগ শাস্ত্ৰীয়ে ৷ জ্যোতিষ সম্ৰাট ড৹ হেমাংগ শাস্ত্ৰী ডিচেম্বৰ মাহত ভাল ফলাফল লাভ কৰিব তিনিটা ৰাশিৰ জাতক-জাতিকাসকলে ৷ সেই ৰাশি কেইটা হৈছে- মিথুন ৰাশি, সিংহ