Year: 2023

১৯ বছৰ অনূৰ্ধ্ব মহিলা ক্ৰিকেট প্ৰতিযোগিতাত স্থান লাভ কৰিমগঞ্জৰ বাবলী দাসৰ

১৯ বছৰ অনূৰ্ধ্ব মহিলা ক্ৰিকেট প্ৰতিযোগিতাত স্থান লাভ কৰিমগঞ্জৰ বাবলী দাসৰ

কৰিমগঞ্জ জিলাৰ নগেন্দ্ৰনগৰ জিপিৰ ফাকুৱা গাঁৱৰ শিক্ষক গৌৰ হৰিদাস আৰু ঝৰ্ণা ৰাণী দাসৰ জ্যেষ্ঠ কন্যা। শৈশৱৰ পৰাই তেওঁৰ ক্ৰিকেট খেলৰ প্ৰতি অধিক আগ্ৰহ আছিল। যাৰ বাবে তেওঁ বল আৰু বেট লৈ পঢ়া-শুনা কৰি পোনে পোনে খেলপথাৰলৈ গৈছিল। সেই কণমানি ছোৱালীয়ে অসম মহিলাৰ ১৯ বছৰ অনুৰ্ধ ক্ৰিকেট প্ৰতিযোগিতাত স্থান নিশ্চিত কৰিবলৈ

ভাৰতৰ পৰা পলায়ন কৰা এইগৰাকী অভিনেত্ৰীক দেখা যাব বিগ বছত

ভাৰতৰ পৰা পলায়ন কৰা এইগৰাকী অভিনেত্ৰীক দেখা যাব বিগ বছত

ড্ৰাগছৰ গোচৰত ভাৰতৰ পৰা পলায়ন কৰা এইগৰাকী অভিনেত্ৰীক দেখা যাব বিগ বছত, শেহতীয়াকৈ বিগ বছ ১৭ ৰ এটা ডাঙৰ আপডেট আহিছে ৷ কৰণ-অৰ্জুনত ছলমান খানৰ বিপৰীতে অভিনয় কৰা সুন্দৰী অভিনেত্ৰী মমতা কুলকাৰ্ণী এইবাৰ বিগ বছ ১৭ ত অংশগ্ৰহণ কৰিব পাৰে বুলি খবৰ পোৱা গৈছে ৷ ছলমান খানৰ বিতৰ্কিত ৰিয়েলিটি শ্ব’

ভৱানীপুৰ- সৰভোগ উপ-জিলাৰ সদৰ হাউলীত স্থাপনৰ দাবীত হাউলীত অৱস্থান ধৰ্মঘট

ভৱানীপুৰ- সৰভোগ উপ-জিলাৰ সদৰ হাউলীত স্থাপনৰ দাবীত হাউলীত অৱস্থান ধৰ্মঘট

ভৱানীপুৰ- সৰভোগ উপ-জিলাৰ সদৰ হাউলীত স্থাপনৰ দাবীত আজি পুৱা ১১ বজাত হাউলী চাৰিআলিত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়। ভৱানীপুৰ -সৰভোগ উপ -জিলা সদৰ বিষয়ক সমিতিৰ উদ্যোগত হাউলী আঞ্চলিক ছাত্ৰ সন্থা, বৃহত্তৰ হাউলী উন্নয়ন পৰিষদ আৰু বিভিন্ন দ’ল সংগঠনৰ সহযোগত ৰূপায়ণ কৰা অৱস্থান ধৰ্মঘটত হাউলী অঞ্চলৰ ৫৫ টা দ’ল সংগঠনৰ

ছিক্কিমৰ ডাৱৰ বিস্ফোৰণত হোৱা প্ৰলয়ত সন্ধানহীন অসমৰ সেনা জোৱান

ছিক্কিমৰ ডাৱৰ বিস্ফোৰণত হোৱা প্ৰলয়ত সন্ধানহীন অসমৰ সেনা জোৱান

উত্তৰ ছিকিমত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা প্ৰলয়ংকাৰী বানত সন্ধানহীন হৈছে অসমৰ এগৰাকী সেনা জোৱান । বাগ্‌সা জিলাৰ শালবাৰী মহকুমাৰ আনন্দ বজাৰ আৰক্ষী চকীৰ অন্তৰ্গত হাটখোলা গাঁৱৰ দক্ষ কলিতাৰ জ্যেষ্ঠ পুত্ৰ মিটু কলিতা নামৰ সেনা জোৱান গৰাকীৰ এই পৰ্যন্ত সন্ধান উলিয়াব পৰা নাই ৷ উল্লেখযোগ্য যে আলিপুৰদুৱাৰত কৰ্মৰত সেনা জোৱান গৰাকীয়ে

লখিমপুৰত চাঞ্চল্যকৰ ঘটনা; পাঁচ ড্ৰাগছ বেপাৰীৰ দলবদ্ধ আক্ৰমণত নিহত কলেজীয়া ছাত্ৰ

লখিমপুৰত চাঞ্চল্যকৰ ঘটনা; পাঁচ ড্ৰাগছ বেপাৰীৰ দলবদ্ধ আক্ৰমণত নিহত কলেজীয়া ছাত্ৰ

লখিমপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ পাঁচ ড্ৰাগছ বেপাৰীৰ দলবদ্ধ আক্ৰমণত নিহত হয় এজন কলেজীয়া ছাত্ৰ ৷ লখিমপুৰৰ চাপৰি গাঁৱত সংঘটিত হয় লোমহৰ্ষক হত্যাকাণ্ড ৷ পাঁচ ড্ৰাগছ মাফিয়া মিলিত হৈ উপযুপৰি প্ৰহাৰ কৰাৰ ফলত থিতাতে মৃত্যু হয় যুৱকজনৰ ৷ পাছতে ড্ৰাগছ মাফিয়া কেইটাই মৃতদেহ পেলাই দিয়ে সোমদিৰি নদীত। নিহত ছাত্ৰজন তাবিদ হুছেইন