ছিকিমৰ উত্তৰাঞ্চলত হোৱা ভয়ংকৰ ডাৱৰ বিস্ফোৰণ আৰু নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা ভয়ংকৰ পৰিস্থিতিৰ ভয়াৱহতা এতিয়াও অব্যাহত আছে। ডাৱৰ বিস্ফোৰণৰ ফলস্বৰূপে লোনাক হ্ৰদৰ তিস্তা নদী জলস্তৰ বৃদ্ধি পায় বিপদসীমা অতিক্ৰম কৰি নৈৰ বাঢনী পানীয়ে ভয়ংকৰ ৰূপ ধাৰন কৰে ৷ ভয়ংকৰ বানপানীৰ ফলত সেনা জোৱানসহ ১৪ জনকৈ লোক নিহত হোৱাৰ বিপৰীতে
Year: 2023
অসম আৰক্ষীৰ বিশেষ টাস্ক ফৰ্চ আৰু বন বিভাগৰ যৌথ অভিযানত আটক দুই দুৰ্ধষ চোৰাং চিকাৰী ৷ গোপন সূত্ৰৰ পম খেদি মৰিগাঁও জিলাৰ লাহৰিঘাটত এটি বাসগৃহত বিশেষ টাস্ক ফৰ্চ আৰু বন বিভাগৰ দলে অৰ্তকিতে অভিযান চলাই পিষ্টল, সক্রিয় গুলীসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত লোক দুজন হ’ল ৰফিকুল
বৃহস্পতিবাৰে তামুলপুৰত উপস্থিত হৈ ২৫ কোটি টকা ব্যয়সাপেক্ষ আয়ুক্ত কাৰ্যালয়, ৫ কোটি টকা ব্যয়সাপেক্ষ আৱৰ্ত ভৱন আৰু ৫০ কোটি টকা ব্যয়সাপেক্ষ তামুলপুৰ ষ্টেডিয়াম নিৰ্মাণৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে, “অতি সোনকালে বি টি আৰবাসীৰ বাবে অৰুণোদয় আঁচনিৰ অধীনত যথেষ্টসংখ্যক হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত
বতৰৰ শাক-পাচলি আৰু ফল-মূলে একোটা বিশেষ অঞ্চলত বাস কৰা লোক সকলৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে। তেনে পাচলিৰ ভিতৰত ভেণ্ডিও এবিধ। বহুতে বীজলুৱা গুণৰ বাবে ভেণ্ডি নাখায়। কিন্তু ভেণ্ডি বহু পাচলিতকৈ উত্তম পাচলি। এই পাচলিয়ে কোনো ক্ষতিও কৰা দেখা নাযায়। ভেণ্ডি মানুহৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী পাচলি,
জ্যোতিষৰ মতে ৩০ অক্টোবৰত ৰাহু গ্ৰহে নিজৰ ৰাশি সলনি কৰিবলৈ ওলাইছে। অৰ্থাৎ ৰাহু গ্ৰহ মেষ ৰাশি এৰি মীন ৰাশিত প্ৰৱেশ কৰিব। ইয়াৰ বাবেই গুৰু চণ্ডাল যোগৰ অন্ত পৰিবলৈ গৈ আছে। এনে পৰিস্থিতিত এই যোগৰ সমাপ্তিৰ লগে লগে ৩ ৰাশিৰ জাতক-জাতিকাৰ প্ৰতিটো ইচ্ছা পূৰণ হ’ব। অভাৱনীয় আৰ্থিক লাভো হ’ব পাৰে। এই