ফাৰ্ম ইজিৰ মতে জিৰা হৈছে ওজন হ্ৰাস কৰাৰ মূল চাবিকাঠি। যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰে, জিৰা আপোনাৰ দৈনিক আহাৰত অন্তৰ্ভুক্ত কৰিব লাগে। ইয়াৰ বাবে, প্ৰতিদিনে প্ৰায় তিনি গ্ৰাম জিৰা গুৰি দৈৰ সৈতে মিহলি কৰি খাব পাৰি। ২০১৪ চনৰ এক অধ্যয়ন অনুসৰি ৩ মাহ ধৰি দৈৰ সৈতে ৩ গ্ৰাম জিৰা
Year: 2023
ছিকিমৰ লহনাক হ্ৰদত সংঘটিত ডাৱৰ বিস্ফোৰণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এই বিস্ফোৰণৰ ফলত তিষ্টা নদীৰ নামনি অঞ্চলত সৃষ্টি হোৱা আকস্মিক বানে কেইবাটাও পথ-দলং উটুৱাই নিয়ে। এই বানত বৰ্তমানলৈ ১৪ জনৰ মৃত্যু হোৱাৰ লগতে ১০২ জন লোক সন্ধানহীন হৈ আছে। SDRF আৰু NDRFৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। নিখোজ ২৩ সেনাৰ
টীয়কৰ মুদৈজান তিনিআলিৰ সমীপত ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। শিৱসাগৰ অভিমুখে অহা এখন ট্ৰাকে পথ পাৰ হ’বলৈ লওঁতেই খুন্দা মাৰে এগৰাকী ছাত্ৰীক। দুৰ্ঘটনাত থিতাতে মৃত্যু হয় ছাত্ৰীগৰাকীৰ। মৃত ছাত্ৰীগৰাকীৰ নাম ফাৰ্হিজা বেগম। টীয়ক ৰজাবাৰী হাইস্কুলৰ সপ্তম শ্ৰেণীত অধ্যয়নত আছিল। দুৰ্ঘটনাৰ পিছতে উতপ্ত পৰিস্থিতিৰপ সৃষ্টি হয়
পত্নীৰ পৰকীয়া প্ৰেমে থানবান কৰিলে মন্টু আলীৰ সংসাৰ। ৰীলছ বনাই ভাল পোৱা পত্নীয়ে ৰিয়েল লাইফত প্ৰেমত পৰি পলাই যোৱাত ভাগি পৰিছে স্বামীয়ে। প্ৰেমত পৰি ৭মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা স্বামীক এৰি আকৌ পলাল পত্নী। ঘটনা সন্দৰ্ভত হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে স্বামীয়ে