Year: 2023

এয়া এছিয়ান গেমছৰ পদক নহয়, ঘোচ লৈহে হাত দাঙিছে চৰকাৰী কৰ্মচাৰীয়ে

এয়া এছিয়ান গেমছৰ পদক নহয়, ঘোচ লৈহে হাত দাঙিছে চৰকাৰী কৰ্মচাৰীয়ে

এয়া এছিয়ান গেমছৰ পদক নহয়, ঘোচ লৈহে হাত দাঙিছে চৰকাৰী কৰ্মচাৰীয়ে। নলবাৰীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক জুনু কলিতাক হাতে-লোটে গ্ৰেপ্তাৰ।

এছিয়ান গেমছত স্বৰ্ণপুত্ৰৰ স্বৰ্ণজয়

এছিয়ান গেমছত স্বৰ্ণপুত্ৰৰ স্বৰ্ণজয়

এছিয়ান গেমছত জেভলিনত সোণ–ৰূপ দুয়োটাই ভাৰতৰ দখলত। নীৰজ–কিশোৰৰ ঈৰ্ষণীয় প্ৰদৰ্শন এছিয়াডত। নিজৰ প্ৰথম থ্ৰ’ৰ পিছত সিংহ গৰ্জন কৰা দেখা গৈছিল ভাৰতৰ গ’ল্ডেন বয় নীৰজক। কিন্তু টেকনিকেল কাৰণত সেয়া বাতিল হোৱাৰ পিছত অফিচিয়েলী প্ৰথম থ্ৰ’ত ৮২.৩৮ মিটাৰ দলিয়ায় নীৰজে। ইয়াৰ পিছত দ্বিতীয় প্ৰচেষ্টাত তেওঁৰ থ্ৰ’ আছিল ৮৪.৪৯ মিটাৰ। ৮৮.৮৮ মিটাৰ দলিয়ালে

ম’বাইল কাৰ? জোনমণিৰ মৃত্যুৰ ১৪২ দিনৰ পিছত চূৰ্ণ–বিচূৰ্ণ গাড়ীত উদ্ধাৰ হোৱা ম’বাইল জোনমণিৰ নে আন কাৰোবাৰ!

ম’বাইল কাৰ? জোনমণিৰ মৃত্যুৰ ১৪২ দিনৰ পিছত চূৰ্ণ–বিচূৰ্ণ গাড়ীত উদ্ধাৰ হোৱা ম’বাইল জোনমণিৰ নে আন কাৰোবাৰ!

১৪২ দিনৰ পাছত জোনমনি ৰাভাৰ চূৰ্ণ–বিচূৰ্ণ গাড়ীত ওলাল এটা ম’বাইল ফোন। এই ম’বাইল ফোনটো জোনমণি ৰাভাৰ নে আন কাৰোবাৰ, তাক লৈ উদ্ৰেগ ঘটিছে প্ৰশ্নৰ। আজি জখলাবন্ধা থানাত থকা জোনমনিৰ চূৰ্ণ–বিচুৰ্ণ হোৱা গাড়ীখনৰ ভিতৰতে CBIৰ দলে উদ্ধাৰ কৰিলে মোবাইলটো। এই খিনিতে উত্থাপন হৈছে জটিল প্ৰশ্নৰ। যদি এই ম’বাইলটো জোনমণিৰ হয়, তেন্তে

সন্দেহৰ মৰ্মান্তিক পৰিণতি! পত্নীক সন্দেহ কৰা স্বামীয়ে কৰিলে এই ভয়ংকৰ কাম

সন্দেহৰ মৰ্মান্তিক পৰিণতি! পত্নীক সন্দেহ কৰা স্বামীয়ে কৰিলে এই ভয়ংকৰ কাম

সন্দেহ! স্বামীৰ সন্দেহৰ পৰিণতিত বোকাখাতৰ ৰজাবাৰী পল’ ক্লাবৰ সমিপত বিদ্যুৎস্পৃষ্ট হৈ মহিলাৰ ভয়ংকৰ মৃত্যু। ঘৰৰ ভিতৰতে চটফটাই মৃত্যুক সাবটি ল’লে বিনীতা তাঁতী নামৰ মহিলাগৰাকীয়ে। পৰপুৰুষৰ সৈতে সম্পৰ্ক ৰখাৰ সন্দেহত আত্মবিশ্বাস নথকা বাবুল নাহকে ঘৰত নথকা সময়ত বিচনাৰ ওপৰতে বন্দী কৰি ৰাখিব খুজিছিল পত্নী বিনীতাক। সেই উদ্দেশ্যৰে পত্নী শুই থকা বিচনাৰ

আপোনাৰ স্বামী হতাশৰ চিকাৰ হৈছে নেকি? কেনেকৈ বুজিব? মন কৰিব পাৰে এই ৫টা লক্ষণলৈ

আপোনাৰ স্বামী হতাশৰ চিকাৰ হৈছে নেকি? কেনেকৈ বুজিব? মন কৰিব পাৰে এই ৫টা লক্ষণলৈ

হতাশা এতিয়া সমাজৰ এক সোঁচৰা ব্যাধিৰ দৰে হৈ পৰিছে। নৱ প্ৰজন্মৰ বহুতেই এতিয়া হতাশাৰ চিকাৰ হৈছে। ঘৰ খনৰ মূল মানুহ জনো কেতিয়া হতাশাৰ চিকাৰ হৈ পৰাৰ ফলত ঘৰত নানান বেমেজালিয়ে দেখা দিব পাৰে। হতাশাই কাৰোবাৰ স্বামী, পত্নীকে ধৰি যিকোনো লোককে প্ৰভাৱান্বিত কৰিব পাৰে। ঘৰ এখনত স্বামীৰ হতাশাৰ লক্ষণবোৰ চিনাক্ত কৰাটো