নিউজ ব্যুৰ’,নগাঁও,২০ডিচেম্বৰ:–পশ্চিম কাৰ্বি আংলং জিলাৰ জেংখা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ১৭ আৰু ১৮ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ ৩৪ সংখ্যক দ্বি বাৰ্ষিক অধিৱেশনখনি অনুষ্ঠিত হৈ যায় । ৰাজ্যখনৰ ২১ খন জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এই অধিৱেশনৰ অন্তিম দিনা শিক্ষা মন্ত্ৰী ৰণোজ পেগু মুখ্য অতিথি হিচাপে অহাৰ কথা
Year: 2023
এক মৰ্মান্তিক, হৃদয় বিদাৰক ঘটনা। স্বামী পৰিয়ালে পৰিকল্পিতভাৱে এগৰাকী ন-বোৱাৰীক হত্যা কৰাৰ অভিযোগ। সাতবইনীৰটুপৰ আবু ছায়েদে তেওঁৰ কন্যাক প্ৰায় দুবছৰ পূৰ্বে জশিহাটী গাঁৱৰ ছানোৱাৰ দেৱানৰ পুত্ৰ তমেজ উদ্দিনৰ লগত সামাজিকভাৱে বিয়া দিছিল। বিয়াৰ পিছৰে পৰা স্বামী পৰিয়ালে শাৰীৰিক আৰু মানসিক বাবে অত্যাচাৰ কৰিছিল মহিলগৰাকীক। উল্লেখ্য যে, মহিলাগৰাকীৰ পিতৃয়ে বিবাহৰ
টকা আমাৰ দৈনন্দিন জীৱনৰ সৈতে সংপৃক্ত। সুখী আৰু সমৃদ্ধ জীৱন কটাবলৈ ধনৰ প্ৰয়োজনক কোনোৱে নুই কৰিব নোৱাৰে। কিন্তু কিছু লোকৰ বাবে ধনৰ গুৰুত্ব অপৰিহীম। তেওঁলোকে সকলো ক্ষেত্ৰতে ধনক বেছি প্ৰাধান্য দিয়ে। কোন কোন ৰাশিৰ জাতকে টকাক অত্যাধিক প্ৰাধান্য দিয়ে? বৃষ ৰাশি নিজৰ কামতেই দৃষ্টি নিবদ্ধ হৈ থাকে এই ৰাশিৰ জাতকৰ।
কেদাৰ নাথ মন্দিৰ উত্তৰাখণ্ডত অৱস্থিত।ভাৰতৰ শিৱ মন্দিৰ সমূহৰ ভিতৰত কেদাৰনাথ হৈছে এক অন্যতম। ( Religious Studies ) স্কন্দ পুৰাণৰ কথা অনুসৰি-শিৱই পাৰ্ৱতীক কৈছিল-এই ঠাই যিমানেই প্ৰাচীন-সিমানেই মই প্ৰাচীন।এই স্থান মোৰ চিৰ অৱস্থা ভূমি। পুৰাণৰ কথা অনুসৰি-হিমালয়ৰ কেদাৰ শৃংগত-বিষ্ণুৰ অৱতাৰী নৰ আৰু নাৰায়ণ ঋষিয়ে মহাদেৰ তপস্যা কৰিছিল।তেওঁলোকৰ কঠোৰ তপস্যাত সন্তুষ্ট হৈ-শিৱই
সোমবাৰে ভগৱান শিৱক জল, গাখীৰ, ভাং, মৌ, কেশৰ, দৈ, চন্দন, আদি অৰ্পণ কৰা হয়।ভোলানাথৰ পূজাত অৰ্পণ কৰা এই-সামগ্ৰীসমূহৰ নিজৰ বেলেগ মহত্ব আছে। ( Religious Studies ) সোমবাৰৰ দিন-ভগৱান শিৱক অৰ্পণ কৰা হয়।কোৱা হয় যে-সোমবাৰে-ভগৱান শিৱৰ শুদ্ধ মনেৰে পূজা কৰিলে-সকলো কষ্টৰ পৰা মুক্তি পোৱা যায় আৰু সকলো মনৰকামনা পূৰ্ণ হয়।মহাদেৱে সদায়ে