শ্বুটিঙৰ ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড শাখাত ৰূপৰ পদক দখল ভাৰতৰ। সৰৱজ্যোৎ সিং আৰু দিব্যাই জিনিলে ৰূপৰ পদক। ভাৰতৰ পদকৰ সংখ্যা ৩৪লৈ বৃদ্ধি।
Year: 2023
পূজাৰ বতৰতে মহানগৰবাসীলৈ মুখ্যমন্ত্ৰীয়ে যাচিব শাৰদীয় উপহাৰ! মহানগৰবাসীৰ বাবে শীঘ্ৰে মুকলি কৰা হ’ব জু–ৰোড উৰণ সেতু। উৰণ সেতুখন ৰং, তুলিকাৰে জিপাল কৰি তুলাত ব্যস্ত শিল্পী, কলা–কুশলীসকল।
মহানগৰীৰ চিকিৎসক দম্পতীৰ শিশু নিৰ্যাতনৰ অন্যতম অভিযুক্ত উৎপলা বসুৰ জামিন আবেদন নাকচ 🔷 বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ে সকাহ নিদিলে উৎপলা বসুক 🔷 নিম্ন আদালতৰ তথ্য উচ্চ ন্যায়ালয়ত দাখিলৰ নিৰ্দেশ 🔷 তথ্য লাভৰ পিছতহে জামিনৰ শুনানি গ্ৰহণ কৰিব উচ্চ ন্যায়ালয়ে 🔷 ১৪ নৱেম্বৰৰ ভিতৰত তথ্য দাখিল কৰিব লাগিব নিম্ন আদালতে
সু-খবৰ! এছিয়ান গেমছত পদক নিশ্চিত কৰিলে লাভলীনা বৰগোহাঁয়ে। দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি ছেমিত প্ৰৱেশ অসম কন্যা লাভলীনাৰ।
🔴ৰাজ্যৰ সকলো বিদ্যালয় খোলা থাকিব গান্ধী জয়ন্তীৰ দিনটোত 🔴কিন্তু চৰকাৰী বন্ধৰ তালিকাত আছে ২ অক্টোবৰ 🔴উক্ত দিনটোত সকলো বিদ্যালয়ত ‘অহিংস দিৱস’ হিচাপে পালন কৰা হ’ব 🔴বিদ্যালয় খোলা ৰাখিবলৈ বিদ্যালয় শিক্ষা বিভাগে দিছে নিৰ্দেশনা