Year: 2023

সৃষ্টি হৈছে ত্ৰিগ্ৰহী যোগৰ মহামিলন, এই ৰাশিৰ লোকসকলে ৪৮ ঘন্টাত ভিতৰতে লাভ কৰিব বৃহৎ সফলতা

সৃষ্টি হৈছে ত্ৰিগ্ৰহী যোগৰ মহামিলন, এই ৰাশিৰ লোকসকলে ৪৮ ঘন্টাত ভিতৰতে লাভ কৰিব বৃহৎ সফলতা

জ্যোতিষশাস্ত্ৰ অনুসৰি প্ৰতিটো গ্ৰহই নিৰ্দিষ্ট সময়ত নিজৰ ৰাশি সলনি কৰি শুভ আৰু অশুভ যোগৰ সৃষ্টি কৰে। জ্যোতিষত বুধক গ্ৰহৰ ৰাজকুমাৰ বুলি কোৱা হয়। অহা ১ অক্টোবৰত বুধ গ্ৰহে ট্ৰেনজিট কৰি কন্যা ৰাশিত প্ৰৱেশ কৰিব। বুধে ৰাশি সলনি কৰি কন্যা ৰাশিত প্ৰৱেশ কৰি ত্ৰিগ্ৰহী যোগৰ সৃষ্টি কৰিব। দৰাচলতে বুধ আৰু সূৰ্য্য

পত্নীকো কঠোৰ অনুশাসনৰ মাজত ৰাখে কিম জং উনে! কেনেদৰে দিন পাৰ কৰে উত্তৰ কোৰিয়াৰ ফাৰ্ষ্ট লেডীয়ে? জানক

পত্নীকো কঠোৰ অনুশাসনৰ মাজত ৰাখে কিম জং উনে! কেনেদৰে দিন পাৰ কৰে উত্তৰ কোৰিয়াৰ ফাৰ্ষ্ট লেডীয়ে? জানক

দেশবাসীৰ প্ৰতি কঠোৰ অনুশাসন বলৱৎ কৰাত পাৰ্গত কিম জং উন। উত্তৰ কোৰিয়াত কিমৰ কঠোৰ অনুশাসনৰ পৰা কেৱল নাগৰিকেই নহয়, আনকি দেশৰ প্ৰথম মহিলাগৰাকীও ৰেহাই পোৱা নাই। কিমে পত্নীৰ বাবেও কঠোৰ নিয়ম বান্ধি ৰাখিছে। কিমৰ পত্নীৰ নাম ৰি ছল জু। ২০০৯ চনত তেওঁলোকৰ বিবাহ হয়। ২০১২ চনত প্ৰথমবাৰৰ বাবে উত্তৰ কোৰিয়াৰ

মুকালমুৱাৰ ৰামপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা।গুৰুতৰভাৱে আহত দুজন

মুকালমুৱাৰ ৰামপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা।গুৰুতৰভাৱে আহত দুজন

মুকালমুৱাৰ ৰামপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন চাৰিচকীয়া বাহেন এখন বাইকত পিছফালৰ পৰা খুন্দিয়াই। ফলত বাইক আৰোহী দুজন গুৰুতৰভাৱে আহত হয়। আহত লোক দুজনৰ নাম ৰমজান আলী(১৮) আৰু ৰবিউল আলী (২২)। আহত দুয়োজনকে মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। দুৰ্ঘটনাত পতিত চাৰিচকীয়া বাহন খনৰ নম্বৰ AS 01 QC

মূৰৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰুৱা নিদান

মূৰৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰুৱা নিদান

পুৱা সূৰ্য উঠাৰ সময়তে বহুতৰে কপালৰ এপিনে মূৰৰ বিষ হয়। এই মূৰৰ বিষ বহুতৰে দুপৰীয়ালৈ  চলি থাকে।বেলি যিমানে লহিয়ায় সিমানে মূৰৰ বিষো কমি আহিবলৈ ধৰে।   ঠাই বিশেষে এনে মূৰৰ বিষক বেলেগ বেলেগ নামেৰে জনা যায়। বহুতে সূৰ্য উদয়ৰ সময়ত হোৱা বিষ বাবে এনে মূৰৰ বিষক সূৰয কপালী মূৰৰ বিষ

পুনৰ ৰাজ্যত সংঘটিত নৃশংস ঘটনা; সেনা বিষয়াৰ পত্নীৰ নিৰ্যাতনত গুৰুতৰভাৱে আহত নাবালিকা

পুনৰ ৰাজ্যত সংঘটিত নৃশংস ঘটনা; সেনা বিষয়াৰ পত্নীৰ নিৰ্যাতনত গুৰুতৰভাৱে আহত নাবালিকা

ৰাজ্যত পুনৰ সংঘটিত হৈছে শিশু নিৰ্যাতনৰ ঘটনা৷কিছুদিনৰ পূৰ্বে চিকিৎসক দম্পতীৰ তোলনীয়া  সন্তানৰ ওপৰত কৰা বৰ্বৰ অত্যাচাৰৰ খবৰে ৰাজ্যবাসীক ব্যথিত কৰি তুলিছিল৷পুনৰ ৰাজ্যত সংঘটিত হৈছে অনুৰূপ ঘটনা৷এজন সেনা বিষয়া আৰু তেওঁৰ পত্নীয়ে ঘৰত বনকৰা ছোৱালী হিচাপে থকা এগৰাকী কিশোৰীৰ ওপৰত চলাইছে অমানুষিক অত্যাচাৰ৷অভিযুক্ত সেনা জোৱানজন মেজৰ শৈলেন্দ্ৰ যাদৱ বুলি চিনাক্ত কৰা