সকলোৰে ঘৰত কম-বেছি পৰিমাণে দৰৱৰ প্ৰয়োজন হয়৷ কিন্তু সাম্প্ৰতিক সময়ত দৰৱৰ ওপৰতো পৰিছে ভেজালকাৰীৰ হাতোঁৰা৷ অন্যান্য সামগ্ৰীৰ দৰে ভাৰতত ঔষধৰো ভেজাল বৃদ্ধি পাইছে৷ উল্লেখ্য যে সমাজত এনেধৰণৰ কিছুমান লোক আছে যিসকলে দৰৱৰ ওপৰত নিৰ্ভৰ কৰিয়েই বাচি আছে৷ সেয়ে দৰৱ কিনোতে সেই দৰৱ আচল নে নকল সেয়া জনাটো জৰুৰী৷ নকল দৰৱ
Year: 2023
শীতকালত অসমত প্ৰচুৰ পৰিমাণে উৎপাদিত হয় বিলাহী৷ অৱশ্যে আজিকালি বছৰৰ বাৰমাহে পোৱা যায় বিলাহী৷ উপযুক্ত মূল্য নোপোৱা বাবে বহু সময়ত ৰাজ্যৰ কৃষকে পেলাই দিবলগীয়া হয় শ শ কুইণ্টল বিলাহী৷ সেয়া কেঁচা বিলাহীয়ে হওক বা পকা বিলাহীয়েই হওক৷ বজাৰত পকা বিলাহীলৈ সকলোৰে চকু যায়৷ গ্ৰাহকৰ দৃষ্টি কেঁচা বিলাহীৰ ওপৰত প্ৰায় নপৰেই৷
প্ৰতিদিনে কমেও এটাকৈ যদি মধুৰি খায় ইয়াৰ পৰা পাব মেজিকৰ দৰে সুফল৷ মধুৰি নিয়মীয়াকৈ খালে এই পাঁচটা শাৰীৰিক সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰিব৷ উচ্ছ ৰক্তচাপজনিত সমস্যাঃ নিয়মীয়াকৈ মধুৰি খালে ৰক্তচাপ নিয়ন্ত্ৰিত হৈ থাকে৷ উচ্ছ ৰক্তচাপত ভোগা লোকে নিয়মীয়াকৈ মধুৰি খালে সাংঘাতিক সুফল পাব৷ ডায়েবেটিছঃ ডায়েবেটিছ ৰোগত আক্ৰান্ত হোৱা লোকে প্ৰতিদিনে মধুৰি
বয়স কমোৱাৰ উপায় বিচাৰি উলিয়াইছে এদল বিজ্ঞানীয়ে৷ ইজৰাইলৰ বিজ্ঞানীয়ে আৱিষ্কাৰ কৰা এই উপায়ক স্বাভাৱিকতেই যুগান্তকাৰী বুলি ধাৰণা কৰা হৈছে৷ ইজৰাইলৰ তেল আভিভ বিশ্ববিদ্যালয় আৰু শ্বামিৰ চিকিৎসা কেন্দ্ৰৰ বিজ্ঞানীসকলে দীৰ্ঘদিন ধৰি মানুহৰ বয়স কেনেদৰে কমাব পাৰি সেই সম্পৰ্কে গৱেষণা চলাই আহিছিল৷ অৱশেষত ইয়াৰ সু-ফল লাভ কৰা বুলি তেওঁলোকে দাবী কৰিছে৷ বিজ্ঞানীৰ
ঘৰত পানী সেৱনৰ বাবে বহুতেই প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰে৷ কিন্তু জানেনে এই বটল ব্যৱহাৰ কৰাটো কিমান বিপজ্জনক? বহু সময়ত বজাৰ-সমাৰৰ পৰা কিনি অনা পানীৰ বটলটো পানী শেষ হোৱাৰ পাছত পুনৰ পানীৰ বটল হিচাপে ব্যৱহাৰ কৰা দেখা যায়৷ কিন্তু এইদৰে প্লাষ্টিকৰ বটলত পুনৰাই পানী পান কৰা মানে মৃত্যুৰ দিশলৈ গতি কৰা৷