হিন্দু ধৰ্মত বুধবাৰৰ দিনটো-ভগৱান শ্ৰী গণেশক সমৰ্পিত।ভগৱান শ্ৰী গণেশক বিঘ্নিহৰ্তা কোৱা হয়।ভগৱনা শ্ৰী গণেশ স্বয়ং ৰিদ্ধি-সিদ্ধিৰ দাতা আৰু শুভ লাভৰ প্ৰদাতা হয়। ( Religious Studies ) মান্যতা অনুসাৰে শ্ৰদ্ধাপূৰ্ৱক ভগৱান গণেশৰ পূজা আৰু ব্ৰত কৰিলে-ভক্তৰ সকলো সংকট দূৰ হয় আৰু সকলো মনোকামনা পূৰ্ণ হয়।কোৱা হয় কোনো লোক-কোনো ৰোগ,দৰিদ্ৰতা বা সংকটৰ
Year: 2023
দেশৰ কিছুমান চহৰত প্ৰদূষণ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। যাৰ বাবে মানুহৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে। এই বিষাক্ত বতাহৰ বাবে মানুহে উশাহ-নিশাহ লোৱাত অসুবিধা, চকু বিষ, কাহ আদি সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। এই সমস্যাই আপোনাৰ হাওঁফাওঁত আটাইতকৈ বেছি প্ৰভাৱ পেলায়। আজি আমি আপোনালোকক কিছুমান ঘৰুৱা উপায়ৰ বিষয়ে কম যিবোৰৰ দ্বাৰা আপুনি
বৈদিক শাস্ত্ৰ অনুযায়ী প্ৰতিটো গ্ৰহৰ এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত ৰাশি পৰিৱৰ্তন ঘটে ফলত কোনো ৰাজযোগ বা শুভ সংযোগৰ সৃষ্টি হয় ৷ মানুহৰ জীৱনত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে। গোটেই ১২ টা ৰাশিৰ ওপৰত প্ৰভাৱ পেলায় যদিও কেইটামান ৰাশিৰ ওপৰত ইয়াৰ বিশেষ প্ৰভাৱ পৰে৷ ডিচেম্বৰ মাহত ৩টা ৰাজযোগৰ সংযোগ হৈছে। মঙল আৰু
নকল পুলিচে ট্ৰাক চালকক ধন দাবী কৰোতেই ঘটনাস্থলীত হাজিৰ আচল পুলিচ। তাৰপাছতে এই দশা হ’ল ৩টা নকল পুলিচৰ। কিন্তু ধৰা পৰাৰ পাছতো দমি নগ’ল গাড়ীত পুলিচৰ ষ্টিকাৰ মাৰি ধন দাবী কৰিবলৈ অহা নকল পুলিচৰ দলটো। ঘটনাটো বঙাইগাঁৱৰ।খয়েৰ গছৰ ডাল কঢ়িউৱা ট্ৰাকখন আগছি ধৰিছিল ৭জন লোকে। ওজন কৰিবলৈ ট্ৰাকখন কাটাত তোলোতেই
কামৰূপ মহানগৰ আয়ুক্তলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশেষ নিৰ্দেশনা জাৰি কৰিছে। এতিয়াৰে পৰা মুখ্যমন্ত্ৰীৰ অনুমতি অবিহনে আয়ুক্তই কোনো ৰাজ্যিক অনুষ্ঠানলৈ যাব নোৱাৰিব। ৰাজ্যিক পৰ্যায়ৰ কোনো অনুষ্ঠানত আয়ুক্তগৰাকীৰ যোৱাৰ দৰকাৰ নাই, তেওঁৰ ঠাইত ৰাজ্যিক পৰ্যায়ৰ বৈঠকত ADCক প্ৰেৰণ কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে জনায়। জিলাৰ কামত মনোনিৱেশ কৰিবলৈ আয়ুক্তক এই