চাইবাৰৰ যুগতো গাৰ বৰণ বগা কৰাৰ বাবে দুৰ্বাৰ আকাংখ্যা সকলোৰে৷ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ দেশৰ সৰ্বত্ৰ ‘ফেয়াৰনেছ ক্ৰীম’ৰ বিপুল চাহিদা৷ প্ৰায় শিশু কালৰ পৰা গাৰ বৰণ বগা কৰিবলৈ প্ৰায় প্ৰতিজন ব্যক্তিয়ে আৰম্ভ কৰে ক্ৰীম ঘহিবলৈ৷ এনেদৰে ক্ৰীম ঘহিবলৈ আৰম্ভ কৰাৰ পাছত আৰম্ভণিতে কিছু পৰিষ্কাৰ দেখায়৷ কিন্তু গাৰ বৰণ বগা হ’বলৈ নিয়মীয়াভাৱে
Year: 2023
কামৰ ব্যস্ততা তথা সাংসাৰিক সমস্যাৰ বাবে কৰ্মস্থলীত বিভিন্নজনে মানসিক চাপত থাকে৷ পিছে নিজৰ টেবুলত সেউজীয়া গছপুলি ৰাখিলে মানসিক চাপৰ পৰা কিছু সকাহ পোৱা যায়৷ এই উপায় আগবঢ়াইছে বিভিন্ন গৱেষকে৷ শেহতীয়া এক সমীক্ষামতে কৰ্মস্থানৰ নিজৰ টেবুলখনত যদি সেউজীয়া বৰণৰ অলপ হ’লেও প্ৰভাৱ থাকে তেন্তে মানসিক চাপৰ পৰা নিজকে কিছু আঁতৰাই ৰাখিব
অনেক সময়ত দেখা যায় কিছুমান মানুহৰ ঘনে ঘনে প্ৰস্ৰাব লাগে৷ দীৰ্ঘ সময় গাড়ী-বাছ, ট্ৰেইনত যাতায়াত কৰাৰ সময়ত ঘনে ঘনে প্ৰস্ৰাব লাগিলে বৰ অসুবিধা হয়৷ পথৰ কাষত থকা সকলো শৌচাগাৰ পৰিষ্কাৰ নহয়৷ বিশেষজ্ঞৰ মতে দুৰ্বল মূত্ৰস্থলীৰ [ব্লাডাৰ] কাৰণে এই সমস্যাত ভোগে মানুহে৷ এই সমস্যাৰ পৰা মুক্তি পাবৰ কাৰণে প্ৰস্ৰাব পৰীক্ষা কৰাটো
আমাৰ সমাজত এনে কিছুমান লোক আছে, যিসকলে সৌন্দৰ্য চৰ্চাক অধিক গুৰুত্ব দিয়ে৷ তেওঁলোকৰ মতে শৰীৰ সুস্থ ৰখাৰ লগতে দেহৰ ছালৰো যতন লোৱা উচিত৷ মসৃণ ছালে মানুহৰ সৌন্দৰ্যও বৃদ্ধি কৰে৷ কিন্তু দৈনন্দিন কামৰ হেঁচাত বহুতৰ বাবে ছালৰ যতন লোৱাটো সম্ভৱ নহয়৷ তদুপৰি প্ৰদূষণ তথা ধূলি-বালিৰ বাবে বহুতৰে ছালৰ বিভিন্ন অংশত ক’লা
ওজন বেছি হওক বা নিয়মীয়াই হওক মাখন খোৱাৰ আগতে মাখনৰ পৰিমাণ সম্পৰ্কে সচেতন হোৱাটো অত্যন্ত জৰুৰী৷ তেল, জলকীয়া, মছলা দিয়া খাদ্যৰ সমান্তৰালকৈ ডায়েট তালিকাত স্থান লাভ কৰে মাখনে৷ অৱশ্যে ইয়াৰ উপকাৰিতাৰ সমান্তৰালকৈ অন্য দিশক লৈ ভয়ৰো কাৰণ আছে৷ সেয়ে কম-বেছি সকলো উপদানৰে প্ৰয়োজন থাকে৷ আমাৰ শৰীৰৰ বাবে মাখনৰো চাহিদা আছে৷