এক দুখলগা ঘটনা। বিয়াৰ আশা মনত লৈ কইনাৰ সাজ পিন্ধাৰ পূৰ্বেই এই সংসাৰৰ পৰা অকালতে বিদায় ল’লে নলবাৰীৰ কৰৱী তালুকদাৰে। অহা ৯ অক্টোবৰত বিয়াৰ দিন ঠিক হৈছিল আৰু ৰুবুল দত্তৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলাৰ কথা আছিল কৰৱীৰ। কিন্তু বিধিৰ বিপাক, বিয়াৰ পূৰ্বেই এই সংসাৰ এৰি গুচি গ’ল ২৫ বছৰীয়া
Year: 2023
শনিবাৰৰ দিনটো শনিদেৱক উৎসৰ্গা কৰা হয়।বিশ্বাস কৰা হয় যে, শনি দেৱে এজন ব্যক্তিৰ প্ৰতিটো ভাল আৰু বেয়া কামৰ হিচাপ ৰাখে আৰু সেই অনুসৰি তেওঁ ফল দিয়ে। যদি শনি দেৱ আপোনাৰ ওপৰত সন্তুষ্ট হয়, তেন্তে তেওঁ অৰ্থনৈতিক, সামাজিক বা পৰিয়ালকেন্দ্ৰিক সকলো সমস্যাৰ সমাধান দিয়ে। ইয়াৰ বিপৰীতে যদি অসন্তুষ্ট হয়, তেন্তে সেই
দিল্লীত এক চাঞ্চল্যকৰ চুৰিকাণ্ড সংঘটিত হ’ল। দেশৰ ৰাষ্ট্ৰীয় ৰাজধানীৰ জংগপুৰাত থকা এখন অলংকাৰৰ শ্ব’ৰূমত চোৰে মুধচ ভাঙি কে’বা কোটি টকাৰ আ-অলংকাৰ লুট কৰিলে। উক্ত শ্ব’ৰূমৰ স্বত্বাধিকাৰীয়ে দাবী কৰা অনুসৰি, বিপণীখনত থকা ২০ৰ পৰা ২৫ কোটি টকা মূল্যৰ হীৰা আৰু সোণৰ আ-অলংকাৰ চুৰি হ’ল। স্বত্বাধিকাৰীজনে কয় যে নিশা বিপণী বন্ধ কৰালৈকে
হিন্দু ধৰ্মত পূজা অথবা যিকোনো শুভ কাম কৰাৰ আগেয়ে বন্তি জ্বলোৱা হয়। সৰুৰে পৰা আমি সকলোৱে দেখি আহিছো পূজা কৰি থাকোঁতে আমাৰ আই সকলে বন্তি জ্বলোৱা। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ মতে দৈনিক চাকি জ্বলালে ঘৰত সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে। কিন্তু আপুনি ভাবিছেনে যে লেম্পটো কিয় জ্বলায়? ইয়াৰ উপকাৰ কি কি? আমি
কৰ্ম আৰু ধৰ্ম দুয়োটা প্ৰতিজন মানুহৰ বাবে প্ৰয়োজনীয় বুলি কোৱা হয়… এজন ব্যক্তিৰ অস্তিত্ব কৰ্মৰ দ্বাৰা জনা যায়.. আৰু ধৰ্মৰ দ্বাৰা জনা যায় ” সেই ব্যক্তিজন নিজৰ ঈশ্বৰৰ প্ৰতি কিমান নিষ্ঠাবান”… এনে পৰিস্থিতিত কিছুমান… ধৰ্ম বা কৰ্মই আমাৰ জীৱন সলনি কৰে নেকি … এই প্ৰশ্নটো আপোনাৰ মনত বহুবাৰ আহিছিল নিশ্চয়…