Year: 2023

লক্ষ্মী-নাৰায়ণৰ ব্ৰতৰ লাভসমূহ জানি লওক

লক্ষ্মী-নাৰায়ণৰ ব্ৰতৰ লাভসমূহ জানি লওক

লক্ষ্মী-নাৰায়ণৰ ব্ৰতৰ লাভ-( Religious Studies ) *বৈভৱ আৰু ধন সম্পদৰ প্ৰাপ্তি- লক্ষ্মী-নাৰায়ণৰ ব্ৰত তথা পূজা কৰিলে-ঘৰত সকলো ধৰণৰ সমৃদ্ধিৰ বৃদ্ধি হয়।কোনো ব্যক্তি ধাৰত থাকিলে-এই ব্ৰত কৰিব লাগে।এই ব্ৰত কৰিলে-সংযুক্ত পূজনৰ দ্বাৰা সুখ-সম্পত্তি,ধন,বৈভৱ আৰু সমৃদ্ধিৰ বৰদান প্ৰাপ্ত হয়।যদি কোনো ব্যক্তিৰ কুণ্ডলীত কেমদ্ৰুম যোগ হয়-তেন্তে সেইজনৰ বাবে-এই পূজাই বহুত শুভ ফল দিয়ে।

সৰস্বতী চালিসাৰ লাভ …

সৰস্বতী চালিসাৰ লাভ …

মা সৰস্বতীৰ আৰ্শীবাদ যি ব্যক্তিৰ প্ৰাপ্ত হয়/সেইজনৰ জীৱনত কোনো অভাৱ নাথাকে।ধাৰ্মিক মান্যতা অনুসাৰে সৃষ্টিৰ পৰা উদাসীনতা আৰু অজ্ঞানতা দূৰ কৰিবলৈ-ব্ৰহ্মাদেৱে মা সৰস্বতীৰ ৰচনা কৰিছিল।( Religious Studies ) মা সৰস্বতীৰ পূজাৰ বাবে-বসন্ত পঞ্চমী আৰু দিপাৱলীৰ দিন সৰ্বশ্ৰেষ্ট মনি হয়।কিন্তু যিয়ে-প্ৰতিদিনে-মা সৰস্বতীৰ পূজা-আৰাধনা কৰে-সেইজনে সৃদ্ধি-বুদ্ধি, ধন-বল,আৰু জ্ঞান-বিবেকৰ প্ৰাপ্তি হয়।তেওঁৰ জীৱন সুখ-সৌভাগ্যৰে পৰিপূৰ্ণ

নুনমাটিত যুৱকৰ আত্মহনন; শৌচাগাৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কোকোৰাঝাৰ যুৱকৰ

নুনমাটিত যুৱকৰ আত্মহনন; শৌচাগাৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কোকোৰাঝাৰ যুৱকৰ

মহানগৰীৰ নুনমাটিত মৃতদেহ উদ্ধাৰ ৷ চিপ লৈ থকা অৱস্থাত শৌচালয়ত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ ৷ বামনীমৈদামৰ ডি এছ গ্ৰুপত কৰ্মৰত যুৱকজনৰ নাম ৰাজা নাৰ্জাৰী ৷ ঘৰ কোকোৰাঝাৰত। নুনমাটিৰ এটা ভাড়াঘৰত কে’বাজন যুৱকৰ স’তে একেলগে বাস কৰিছিল ৷ ২৩ ছেপ্তেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল যুৱকজন ৷ আজি আৰক্ষীয়ে শৌচালয়ৰ দুৱাৰ

মৰ্মান্তিক! হাস্পতালত এ.চিৰ বাবে অতিপাত ঠাণ্ডাত প্ৰাণ গ’ল দুই নৱজাতকৰ

মৰ্মান্তিক! হাস্পতালত এ.চিৰ বাবে অতিপাত ঠাণ্ডাত প্ৰাণ গ’ল দুই নৱজাতকৰ

গৰমত এয়াৰ কণ্ডিচনাৰ লগোৱাতো তেনেই সাধাৰণ কথা। আজিকালি বহু ঠাইত দিনে ৰাতিয়ে এয়াৰ কণ্ডিচনাৰ চলে। পাৰিপাৰ্শ্বিকৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ থকা কোঠাত এয়াৰ কণ্ডিচনাৰ নহ’লেই নহয়। পিছে কেতিয়াবা এয়াৰ কণ্ডিচনাৰেই হ’ব পাৰে প্ৰাণনাশী! অসাৱধানতাৰ বাবে তেনেই সাধাৰণ যেন লগা ঘটনাই কেতিয়াবা ঘটাব পাৰে অঘটন। এই ঘটনাটোও তেনেকুৱাই। গাৰ নোম শিয়ৰি