নামঘৰীয়াই নাক কাটিলে। ৭০ বছৰীয়া নামঘৰীয়াৰ বাবেই অন্তঃসত্ত্বা হ’ল ১৬ বছৰীয়া কিশোৰী। তেজপুৰৰ বিহগুৰিৰ পিঠাখোৱাত সংঘটিত হৈছে এই নিৰ্লজ ঘটনা। কিছুদিন ধৰি পেটৰ বিষত ভুগি আছিল ১৬ বছৰীয়া কিশোৰীগৰাকী। ফাৰ্মাচীৰ পৰা কিনি অনা দৰবত পেটৰ বিষ ভাল নোহোৱাত পৰিয়ালে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ গ’ল কিশোৰীক। ইটো সিটো পৰীক্ষাৰ পাছতো ৰোগৰ
Year: 2023
নাগালেণ্ডত অসমৰ দুই যুৱকৰ ৰহস্যজনক মৃত্যু। নাগালেণ্ডৰ মন জিলাৰ আংচেঙীয়াত উদ্ধাৰ হৈছে দুই যুৱকৰ মৃতদেহ। অৰ্দ্ধ উলংগ অৱস্থাত উদ্ধাৰ হৈছে সোণাৰিৰ দুই যুৱকৰ ক্ষত-বিক্ষত মৃতদেহ। মৃতদেহ দুটা ললিত নাওহলীয়া আৰু উৎপল তাছাৰ বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, ২২ ছেপ্টেম্বৰত নাগালেণ্ডৰ টবুলৈ দোকানৰ সা-সামগ্ৰী পৰিবহণ কৰি ২৩ ছেপ্টেম্বৰত ঘূৰি অহাৰ
চেনী আৰু চেনীযুক্ত সামগ্ৰী যেনে মিঠাই, শীতল পানীয়, স্কোয়াছ, কুকিজ, কেণ্ডি, কেক আদি হ্ৰাস কৰিব। প্ৰচেছড ফুড হ্ৰাস কৰক। যদি আপোনাৰ ভোক লাগিছে, স্বাস্থ্যকৰ খাদ্য যেনে ফল বা দৈ আপোনাৰ ওচৰত ৰাখিব। অধিক ফাইবাৰ খাব। আপোনাৰ আহাৰত অধিক ফল আৰু পাচলি, গোটা শস্য, চালাড যোগ দিয়ক। এইবোৰে আপোনাক তৃপ্তি পোৱাত
বদহজমত ভুগি থকা লোক বিচাৰি পোৱাটো সহজ। গেছ, বুকুজ্বলা, বদহজমৰ সমস্যা আজিকালি অতি বেছি। আমি ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ এমুঠি এণ্টাচিড খাওঁ। কিন্তু আপুনি জানেনে যে পাকঘৰত সমস্যাটোৰ সমাধান আছে? পুষ্টিবিদ লাভনীত বাত্ৰাই এনে তিনিটা পানীয়ৰ বিষয়ে কয়, যি সহজে তৈয়াৰ কৰিব পাৰি। আমি নামমাত্ৰ ব্যায়ত ঔষধৰ পাৰ্শ্বক্ৰিয়া অবিহনে বদহজম
পহিলা অক্টোবৰৰ পৰা বুধ কন্যা ৰাশিত প্ৰৱেশ কৰিব। সূৰ্য আৰু মংগল আগৰে পৰা এই ৰাশিত অৱস্থান কৰি আছে। ফলত অক্টোবৰৰ প্ৰথম দিনা কন্যা ৰাশিত গঠিত হ’ব ত্ৰিগ্ৰহী যোগ। এই ত্ৰিগ্ৰহী যোগৰ ফলত ৩ ৰাশিৰ জীৱন সলনি হ’ব। টকা–যশ–প্ৰতিপত্তি একোৰে অভাৱ নাথাকিব! জানো আহক কোন এই সৌভাগ্যৱানসকল। মিথুন ৰাশি : খুব