Year: 2023

কৃত্ৰিম বানত প্ৰাণ গ’ল মহিলাৰ

কৃত্ৰিম বানত প্ৰাণ গ’ল মহিলাৰ

🔴কৃত্ৰিম বানত প্ৰাণ গ’ল মহিলাৰ🔴উত্তৰ গুৱাহাটীত এই শোকাৱহ ঘটনা🔴নিহত মহিলাগৰাকী কটাহ বজাৰৰ ৰুক্মিণী বড়ো🔴ধাৰাসাৰ বৰষুণৰ বাবে ডুব গৈ আছিল পথ🔴পানীৰ গভীৰতা অনুমান কৰিব নোৱাৰি দ গাঁতত পৰি মৃত্যু মহিলাগৰাকীৰ

গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত RUN FOR PRIDE

গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত RUN FOR PRIDE

গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত RUN FOR PRIDE সমূহীয়া দৌৰ অনুষ্ঠানৰ জৰিয়তে প্ৰেছ ক্লাবে শুভেচ্ছা জনায় এছিয়ান গেমছত প্ৰতিনিধিত্ব কৰা অসমৰ খেলুৱৈসকলক সমূহীয়া দৌৰত অংশগ্ৰহণ কৰে বিশিষ্ট ক্ৰীড়াবিদ তৈবুন নেছাই

অৱশেষত সন্ধান ওলাল নিৰুদ্দিষ্ট গণেশ কাৰ্কীৰ

অৱশেষত সন্ধান ওলাল নিৰুদ্দিষ্ট গণেশ কাৰ্কীৰ

অৱশেষত সন্ধান ওলাল নিৰুদ্দিষ্ট গণেশ কাৰ্কীৰ শুকুৰবাৰে সোণাপুৰৰ মূল পথেৰে খোজ কাঢ়ি গৈ থকা অৱস্থাত উদ্ধাৰ লোকজনক ১৬ ছেপ্টেম্বৰত GMCHৰ পৰা নিৰুদ্দেশ হৈছিল ৰোগীজন পশ্চিম কাৰ্বি আংলঙৰ পূৱ উমলাফেৰত ঘৰ গণেশ কাৰ্কীৰ

জালুকবাৰীৰত উদ্ধাৰ মোবাইল ফোনসহ বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী

জালুকবাৰীৰত উদ্ধাৰ মোবাইল ফোনসহ বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী

মহানগৰীৰ জালুকবাৰীৰ এটা ভাড়াঘৰত উদ্ধাৰ মোবাইল ফোনসহ বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল অভিযান আহুজ আলী নামৰ এজনক আটক কৰে আৰক্ষীয়ে ধৃত আহুজ আলীৰ ঘৰ পশ্চিম বংগত

সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে গোচৰ  তৰিলে ৰিণিকি ভূঞা শৰ্মাই

সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে গোচৰ তৰিলে ৰিণিকি ভূঞা শৰ্মাই

অৱশেষত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানি গোচৰ ৰুজু কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী তথা প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰী ৰিণিকি ভূঞা শৰ্মাই৷ কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সংসাধন আৰু উদ্যোগ মন্ত্ৰণালয়ৰ পৰা ‘প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনা’ আঁচনিৰ ১০ কোটি টকা ৰাজসাহায্য লাভ কৰা বুলি কংগ্ৰেছ সাংসদ