Year: 2023

শিব চালিশা- অসমীয়া

শিব চালিশা- অসমীয়া

বন্ধু-বান্ধৱী সকল আপোনালোকে নিচ্ছয় শিব চালিশা অসমীয়াত বিচাৰি আছে, সেই বাবে আমি এই শিব চালিশা লৈ আহিছো। ওঁ নমঃ শিৱায় দোহা জয় গণেশ গিৰিজাসুৱন মঙ্গল মূল সুজান । কহত অয়োধ্যাদাস তুম দেউ অভয় ৱৰদান ॥ জয় গিৰিজাপতি দীনদয়ালা । সদা কৰত সন্তন প্ৰতিপালা ॥ ভাল চন্দ্ৰমা সোহত নীকে । কানন কুণ্ডল নাগ ফনী কে

মাজে মাজে চকুৰ পতা কঁপি উঠে নেকি ? জানক ইয়াৰ কাৰণ

মাজে মাজে চকুৰ পতা কঁপি উঠে নেকি ? জানক ইয়াৰ কাৰণ

হঠাৎ আমাৰ চকুৰ পতা কেতিয়াবা কঁপি উঠে । দুয়োটা চকুৰ ক্ষেত্ৰতে এনেকুৱা কঁপনি হ’ব পাৰে । কেতিয়াবা এয়া কিছু মুহূৰ্তৰ বাবে দেখা যায়, কেতিয়াবা আকৌ দীৰ্ঘসময় হ’ব পাৰে । কিন্তু এয়া শৰীৰৰ বাবে ক্ষতিকাৰক হয় নেকি ? ক্ৰমাগতভাৱে এয়া হৈ থাকিলে স্নায়ুৰ সমস্যাৰ উপসৰ্গ বুলি ধৰিব পাৰি । কিন্তু এয়া

কাজিৰঙাত মাৰাথন দৌৰ-চাইকেল ৰেলীৰে বিশ্ব গঁড় দিৱস-২০২৩ উদযাপন

কাজিৰঙাত মাৰাথন দৌৰ-চাইকেল ৰেলীৰে বিশ্ব গঁড় দিৱস-২০২৩ উদযাপন

নিউজ ব্যুৰ’,নগাঁও,২২ছেপ্টেম্বৰ:–বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত শুক্ৰবাৰে উদযাপন কৰা হয় বিশ্ব গঁড় দিৱস-২০২৩ । গঁড়ৰ সুৰক্ষাৰ সংকল্পৰে পুৱা কাউণ্ট্ৰি মাৰাথন আৰু চাইকেল ৰেলীৰে আৰম্ভ হয় গঁড় দিৱসৰ কাৰ্যসূচী ৷ কাজিৰঙাৰ বনবিভাগ আৰু ইণ্ডিয়ান অইলৰ যৌথ উদ্যোগত আৰু বিশ্ব প্ৰকৃতি নিধি,কাজিৰঙা অধ্যয়ন চক্ৰ, আৰণ্যক,কাজিৰঙা ৱাইল্ড লাইফ চ’চাইটী,ভূমি,দ্য

নগাঁৱত বিশিষ্ট চিত্ৰশিল্পী,কলা নিৰ্দেশক বীৰেন সিংহক আনন্দৰাম ঢেকিয়াল ফুকন বঁটা প্ৰদান

নগাঁৱত বিশিষ্ট চিত্ৰশিল্পী,কলা নিৰ্দেশক বীৰেন সিংহক আনন্দৰাম ঢেকিয়াল ফুকন বঁটা প্ৰদান

নিউজ ব্যুৰ’,নগাঁও,২২ছেপ্টেম্বৰ :–“আমি এজোপা গছৰ পাত বা তাৰ ফুল চালেই নহ’ব ৷ গছজোপাৰ শিপাৰো খবৰ লাগিব ৷ মই প্ৰথমে এজন মানুহ তাৰ পাছতহে শিল্পী ৷ এয়াই মোৰ স্বপ্ন ৷”–শুক্ৰবাৰে নগাঁও জিলাৰ আগশাৰীৰ শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে প্ৰদান কৰা “আনন্দৰাম ঢেকিয়াল ফুকন বঁটা–২০২৩” গ্ৰহণ কৰি এনেদৰে কয় বিশিষ্ট চিত্ৰশিল্পী,কলা নিৰ্দেশক

অতিৰিক্ত নিমখৰ বাবে খাদ্যৰ সোৱাদ নষ্ট হয় নেকি? সমস্যা দূৰ কৰিবলৈ এই কৌশল গ্ৰহণ কৰক

অতিৰিক্ত নিমখৰ বাবে খাদ্যৰ সোৱাদ নষ্ট হয় নেকি? সমস্যা দূৰ কৰিবলৈ এই কৌশল গ্ৰহণ কৰক

ৰন্ধা-বঢ়া কৰাটো এটা দৈনন্দিন প্ৰক্ৰিয়া, কিন্তু এই কামটো সকলোৰে বাবে সহজ নহয়। খাদ্যত সকলো বস্তুৰ পৰিমাণ সঠিক ৰূপত পৰিলে খাদ্য সুস্বাদু হৈ উঠে। কেতিয়াবা খাদ্যত বেছিকৈ নিমখ হয়। নিমখ বেছিকৈ পৰিলে খাদ্য যিমান যতন কৰি ৰান্ধিলেও, যিমান সোৱাদযুক্ত কৰিবৰ চেষ্টা কৰিলেও বিস্বাদ হৈ উঠে। বহুতে নিমখৰ প্ৰভাৱ কম কৰিবলৈ অধিক