গোলাঘাটৰ বৰপথাৰত সোমবাৰে নিশা মানৱ সমাজক লজ্জিত কৰা এক ঘটনা সংঘটিত হৈছে। অভিযোগ অনুসৰি পিতৃয়ে ভৰিৰে গচকি হত্যা কৰিলে ৪ বছৰীয়া শিশুক। বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ওপৰলাংঠা গাঁৱত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। নিজগৃহত তেজেৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থাত আইতাকে প্ৰত্যক্ষ কৰে শিশুটিৰ মৃতদেহ । আইতাকৰ ভাষ্য অনুসৰি
Year: 2023
সোমবাৰে নিশা গহপুৰত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। ৰাস অনুষ্ঠানৰ মাজতে পিতা-পুত্ৰক চোকা অস্ত্ৰৰে হানি -খুচি হত্যা কৰে একে গাঁৱৰে ৩ জনে । এই ঘটনা সংঘটিত হৈছে গহপুৰৰ পূব -কলাবাৰীৰ দেউৰীচুকত। পিতা-পুত্ৰৰ তেজেৰে ৰাঙলী হ’ল ৰাস অনুষ্ঠান চলি থকা নামঘৰৰ চৌপাশ। হত্যাৰ বলি হোৱা দুজন ক্ৰমে পিতৃ হিতেশ্বৰ শইকীয়া (৪৭)আৰু
অসমৰ পৰা কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ যোৱা যুৱক সন্ধানহীন হোৱাৰ খবৰ নতুন নহয় । বহিঃৰাজ্যত সঘনে সংঘটিত হ’ব ধৰিছে অসমৰ যুৱক সন্ধানহীন হোৱাৰ ঘটনা । বহিঃৰাজ্যত কৰ্মসংস্থাপন বিচাৰি গৈ পুনৰ এজন চিলাপথাৰৰ যুৱক সন্ধানহীন হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । এইজন চিলাপথাৰ সমবায় গাঁৱৰ যুৱক উত্তম ভঁৰালী । ২২ বছৰীয়া যুৱকজনে
About 80 per cent of work in the bridge that is being constructed over the river Brahmaputra connecting the south and the north banks in the state’s capital city Guwahati is completed, Assam Chief Minister Himanta Biswa Sarma shared the project progress report via twitter & facebook.
চীনত সোমবাৰে মাজনিশা এক ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰা হৈছে। দেশখনত ভূমিকম্পই ভয়াৱহ বিধ্বংসী ৰূপ ধাৰণ কৰাৰ লগতে ১১১ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। ইয়াৰোপৰিও পুৱাৰ ভাগতো পুনৰ আন এক ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয়। চীনৰ লগতে নিশাৰ পৰা আফগানিস্তান, ম্যানমাৰ, লাডাখৰ কাৰ্গিল আৰু আন্দামান সাগৰতো ভূমিকম্পৰ কম্পন অনুভৱ কৰা