মেষ ৰাশি আজি বিশেষ ধৰণৰ আধ্যাত্মিক অনুভৱ হ’ব। আধ্যাত্মিকতাৰ ক্ষেত্ৰত সিদ্ধি প্ৰাপ্ত কৰিব। কোনো নতুন কামৰ আৰম্ভণিৰ বাবে ভাল সময় নহয়। ভ্ৰমণৰ ফলত আকস্মিক সমস্যা আহিব পাৰে। আপুনি খং আৰু কথাৰ ওপৰত গুৰুত্ব দিব লাগিব। বিৰোধীয়ে আপোনাৰ যাতে লোকচান কৰিব নোৱাৰে তাৰ প্ৰতি নজৰ ৰাখক। বৃষ ৰাশি আপুনি গাৰ্হস্থ্য জীৱন
Year: 2023
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ এজাহাৰ দাখিল৷ নাজিৰা আদৰ্শ আৰক্ষী থানাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে বিধায়কজনে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মধ্য প্ৰদেশৰ কংগ্ৰেছৰ সভাপতি কমলনাথৰ বিৰুদ্ধে বিদ্বেষমূলক মন্তব্য কৰাৰ অভিযোগত এজাহাৰ দাখিল কৰিলে নাজিৰা আদৰ্শ আৰক্ষী থানাত। বুধবাৰে সন্ধিয়া এজাহাৰ দাখিল কৰে বিৰোধী দলপতি দেৱব্ৰত
The campus houses students and residents from over 28 states and Union Territories of India and more than eight countries around the world. GUWAHATI, 20th September 2023: Indian Institute of Technology Guwahati is proud to have its students and residents from different parts of the country and the world. This brings a unique
বিশ্বৰ ভিতৰতেই ODIৰ ১ নম্বৰ বলাৰ হ’ল মহম্মদ ছিৰাজ বুধবাৰে আইচিচিয়ে প্ৰকাশ কৰা শেহতীয়া ৰেংকিঙত ভাৰতৰ মহম্মদ চিৰাজ বিশ্বৰ এক নম্বৰ এদিনীয়া বলাৰ হিচাপে পৰিগণিত হয় Back to the 🔝 Congratulations to @mdsirajofficial on becoming the No.1️⃣ ranked bowler in ICC Men's ODI Bowler Rankings 👏👏#TeamIndia pic.twitter.com/ozlGmvG3U0 — BCCI (@BCCI)
সুষম খাদ্য আৰু বেয়া জীৱনশৈলীৰ বাবে মেদবহুলতাৰ সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। ওজন বৃদ্ধিৰ লগে লগে শৰীৰত বহুতো সমস্যাও বৃদ্ধি পায়। ওজন কমাবলৈ বা মেদবহুলতাৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে বিভিন্ন ধৰণৰ ডায়েট প্লেন, ব্যায়াম আদি গ্ৰহণ কৰে। আজি আপুনি এনে বহুতো বিশেষ ডায়েট প্লেন পাব, যিয়ে ওজন কমাবলৈ সহায় কৰে বুলি