Picture অভি ভি বাকী হে, মুখ্যমন্ত্ৰীয়ে ভয় খাইছে’ এইবাৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে কি বিস্ফোৰণ অখিল গগৈৰ ?
Year: 2023
চৰ্চাত এটা টুইট।মামা বিবাহৰ বাবে এজনী কইনা চাই দিয়ক,মই চেষ্টা কৰিমঃ মুখ্যমন্ত্ৰী শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল এটা বিশেষ টুইট। যুৱক এজনে মুখ্যমন্ত্ৰীলৈ উদ্দেশি কৰিছে এই টুইট। এইবাৰ কইনা বিচাৰি মুখ্যমন্ত্ৰীক টুইট কৰিলে এজন যুৱকে। শেহতীয়াকৈ নৱজিৎ ৰায় (@Nabajitray) নামৰ টুইটাৰ একাউণ্টটোৰ পৰা মুখ্যমন্ত্ৰীলৈ টেগ কৰি এটা টুইট কৰা হৈছিল। টুইটটোত
গো-মাংসৰ অবৈধ ব্যৱসায়ত জড়িত শুকুৰ আলীক আটক আৰক্ষীৰ
চিলনী চোৰৰ উপদ্ৰৱত একপ্ৰকাৰ ত্ৰস্তমান হৈ পৰিছে নগাঁওবাসী। শুক্ৰবাৰে পুৱাই নগাঁৱৰ চকৰিগাওঁ মজলীয়া বিদ্যালয়ৰ সমীপত চিলনী চোৰে চলালে সন্ত্ৰাস। স্বৰ্ণলতা বৰকটকী নামৰ ৭৫ বছৰীয়া বৃদ্ধাৰ ডিঙিৰ পৰা থপিয়াই নিলে সোণৰ চেইন। মটৰচাইকেলেৰ হেলমেট পৰিধান নকৰাকৈয়ে আহিছিল ২ চিলনী চোৰ। ভুক্তভোগী মহিলা গৰাকীয়ে নগাঁও ইটাচালী আৰক্ষী চকীত গোচৰ তৰিছে। মহিলাগৰাকীৰ গোচৰৰ
বিহালীত সমষ্টিৰ অন্তৰ্গত বৰগাং আৰক্ষীয়ে পুনৰ অবৈধ ভাৱে সৰবৰাহ কৰা গৰু ভৰ্তি বাহন জব্দ কৰাৰ লগতে ২জন বাহন চালকক আটক কৰে । তথ্য মতে আজি পুৱা ৬ মান বজাত বিশেষ সুত্ৰৰ পম খেদি বৰগাং আৰক্ষীয়ে চেৰেলীয়া দলঙৰ সমীপত নাকাছেকিং লগাই আৰু ৩০ টা গৰু সহ UP 90 T 4474 বাহন