মায়া নগৰীত চাঞ্চল্য। EDৰ ৰোষত সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী কৃতি বাৰ্মা। কৰ বিভাগত ২৬৩ কোটি টকাৰ নাম সাঙোৰ খাইছে কৃতিৰ। ED ৰ চাৰ্জশ্বিটত নাম সোমোৱাৰ পাছত গ্ৰেপ্তাৰ হোৱাৰ উপক্ৰম হৈছে কৃতি বাৰ্মা। ৰোডিজ, বিগ বছ আদি জনপ্ৰিয় ৰিয়েলিটী শ্ব’ৰ অন্যতম প্ৰতিযোগী আছিল কৃতি বাৰ্মা। সৰু পৰ্দাৰ যোগেৰে দেশবাসীৰ এটা চিনাকি
Year: 2023
আঠমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা চাবুৱাৰ ভাগ্যলক্ষ্মী দুৱৰাৰ মৃত্যুক সহজে ল’ব পৰা নাই পৰিয়ালৰ লোকে। আজি বুধবাৰে পল্টনবজাৰ থানাত গোচৰ ৰুজু কৰিলে পিতৃয়ে। যৌতুক আৰু ধন দাবীৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰে পিতৃয়ে। এতিয়া শীঘ্ৰেই গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে স্বামী নীলিম আকাশ মেধি। গুৰুত্বপূৰ্ণ যে ভাগ্যলক্ষ্মীয়ে কালি লিখি থৈ যোৱা
ৰাতিটোৰ ভিতৰতে কোটিপতি হ’ল মাছ বেপাৰী বিনোদ কুমাৰ দাস। ৮ ঘণ্টাত সলনি হৈ গ’ল বিনোদৰ জীৱন। দুদিন আগলৈকে চাইকেলৰ কেৰিয়াৰত বান্ধি লোৱা ড্ৰামত ঘৰে ঘৰে মাছ বিক্ৰী কৰি ফুৰিছিল বিনোদে। নৈৰ ঘাটৰ পৰা পুৱাই কিনি লোৱা মাছখিনিৰ লগতে বিনোদৰ সাৰথি আছিল এটা এনৰয়ড ফোন। এক কথাত সেই মোবাইলটোৱেই সলনি কৰি
এতিয়াৰ পৰা ‘চুতীয়া’ শব্দটো ব্যৱহাৰ কৰোতে সাৱধান হওক। ইচ্ছা কৰিলেই যেতিয়াই মন যায় তুচ্ছ তাচ্ছিল্য কৰিবলৈ ‘চুতীয়া’ শব্দটো কোনেও ব্যৱহাৰ কৰিব নোৱাৰিব৷ ‘চুতীয়া’ শব্দটো ব্যৱহাৰক লৈ শীঘ্ৰে আহিব পাৰে কঠোৰ আইন৷ অসমৰ এক পুৰণি জনগোষ্ঠী চুতীয়া জনগোষ্ঠী৷ চুতীয়া জনগোষ্ঠীৰ লোকসকলৰ মনত আঘাত দি সময়ে সময়ে তুচ্ছ তাচ্ছিল্য, অশালীন অৰ্থত ব্যৱহাৰ
বৈদিক জ্যোতিষ শাস্ত্ৰ অনুসৰি, শনিক ৰাশিচক্ৰৰ আটাইতকৈ ধীৰগতিৰ গ্ৰহ হিচাপে বিবেচনা কৰা হয়। শনিৰ অৱস্থান পৰিৱৰ্তনে সমস্ত ৰাশিৰ জাতক–জাতিকাক প্ৰভাৱিত কৰে। ইয়াৰ প্ৰভাৱ শুভ আৰু অশুভ দুয়োটাই হ’ব পাৰে। যিসকলৰ কুণ্ডলীত এই গ্ৰহ শুভ অৱস্থানত থাকে, তেওঁলোকে শনিদেৱৰ কৃপাত অত্যন্ত ভাল ফলাফল লাভ কৰে। কিন্তু যাৰ কুণ্ডলীত অশুভ অৱস্থানত থাকে