বাৰিষাৰ দিনত বজাৰত নাচপতি অতি সহজলভ্য।নাচপতি কেৱল সোৱদতে উত্তম নহয়, স্বাস্থ্যৰ বাবেও ই অতি উপকাৰী। নাচপতিত ভিটামিন চি, ভিটামিন বি-কমপ্লেক্স, ভিটামিন কে, পটাছিয়াম, ফোলেট, ফাইবাৰ, তাম, মেঙ্গানিজ, মেগনেছিয়াম আৰু জৈৱিক যৌগৰ লগতে যথেষ্ট পৰিমাণে আঁহ থাকে। ইয়াত পেকটিনৰ ৰূপত আঁহ থাকে, যি কলেষ্টেৰল হ্ৰাস কৰে।নাচপতিয়ে হৃদযন্ত্ৰও স্বাস্থ্যৱান কৰি ৰাখে আৰু
Year: 2023
দেশত প্ৰতিদিনেই সংঘটিত হৈছে হত্যাকাণ্ডৰ ঘটনা। ইয়াৰ মাজতে পুনৰ এক নৃশংস হত্যাকাণ্ডৰ খবৰ পোহৰলৈ আহিছে। এগৰাকী ২৮ বছৰীয়া যুৱতীক নৃশংসভাৱে হত্যা কৰে বিবাহিত প্ৰেমিকে। এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ পালঘৰত। ঘটনাৰ বিৱৰণী অনুসৰি এগৰাকী ২৮ বছৰীয়া যুৱতীয়ে তেওঁৰ লিভ-ইন প্ৰেমিকৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰাৰ পিছত হত্যা কৰাৰ অভিযোগ উত্থাপন
বনকৰা মহিলাক অমানুষিক অত্যাচাৰ চলাৰ পৰিণাম পালে আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই। অৱশেষত ৰঙাঘৰৰ আলহী হ’ল বিতৰ্কিত আৰক্ষী বিষয়া শুভলক্ষ্মী দত্ত। তিনি দিনৰ আৰক্ষী জিম্মাত থকাৰ পিছত নাজিৰা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা হৈছিল শুভলক্ষ্মী দত্তক। নাজিৰা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে শুভলক্ষ্মী দত্তক। আদালতৰ ৰায়দানৰ পিছতে
গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ডকাইতি কাণ্ড। অৰুণাচলৰ ইটানগৰত কৰ্মৰত নলবাৰীৰ মুকালমুৱাৰ যুৱকৰ পৰা নগদ ধন আৰু সোণৰ আ-অলংকাৰ লুটি নিছে দুৰ্বৃত্তই ৷ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত ১নং কাপলাবড়ি (ৰংচোৱা) গাঁৱৰ ঋতু বৰ্মনক অচেতন কৰি এই ডকাইতিৰ ঘটনা সংঘটিত কৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি অৰুণাচলৰ ইটানগৰত কৰ্মৰত ঋতু বৰ্মনে দেওবাৰে নিশা ইটানগৰৰ
ৰাজ্যত বৃদ্ধি পাইছে মানৱ সৰবৰাহৰ ঘটনা। চিৰাঙৰ পাছত এইবাৰ শিশু বিক্ৰীৰ ঘটনা পোহৰলৈ আহিছে কাৰ্বি আংলঙৰ পৰা। পশ্চিম কাৰ্বি আংলঙৰ দয়াংমুখত সংঘটিত হৈছে শিশু বিক্রীৰ ঘটনা। দয়াংমুখৰ ৰাধানগৰ গাঁৱত ২ বছৰীয়া কন্যা সন্তানক বিক্রী কৰিছে পৰিয়ালৰ লোকে। অভিযোগ অনুসৰি ১০ হাজাৰ টকাত শিশুটিক বিক্রী কৰিছে পাষাণ পিতৃ দিলীপ বিশ্বাসে। দ্বিতীয়টো