Year: 2023

অৰুণাচলত পিকনিকলৈ গৈ প্ৰাণ হেৰুৱালে লখিমপুৰৰ পৱিত্ৰই

অৰুণাচলত পিকনিকলৈ গৈ প্ৰাণ হেৰুৱালে লখিমপুৰৰ পৱিত্ৰই

ইংৰাজী নৱবৰ্ষৰ প্ৰাকক্ষণত অৰুণাচল কিমিনৰ হাৱাই কেম্পত বনভোজ খাবলৈ গৈ নদীত পৰি প্ৰাণ হেৰুৱালে লখিমপুৰ এক্সিছ বেংকৰ এগৰাকী কৰ্মচাৰীয়ে। কিমিন নদীত পৰি প্ৰাণ হেৰুৱা যুৱকজনক লখিমপুৰৰ খেলমাটিৰ পবিত্ৰ বৰগোহাঁই (৩৫) বুলি জানিব পৰা গৈছে। উল্লেখ যে কালি যুৱকজনে এক্সিছ বেংকৰ সতীৰ্থসকলৰ লগত অৰুণাচলৰ হাৱাই কেম্পত পিকনিক খাৱলৈ গৈছিল । জানিব

বিকশিত ভাৰত সংকল্প যাত্ৰাই আজি গুৱাহাটীত ইয়াৰ যাত্ৰাৰ ১৯ দিন সম্পূৰ্ণ কৰে…

বিকশিত ভাৰত সংকল্প যাত্ৰাই আজি গুৱাহাটীত ইয়াৰ যাত্ৰাৰ ১৯ দিন সম্পূৰ্ণ কৰে…

যোৱা মাহত আৰম্ভ হোৱা বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীয়ে ৰাজ্যখনত ইয়াৰ প্ৰভাৱশালী যাত্ৰা অব্যাহত ৰাখিছে। এই যাত্ৰাই আজি গুৱাহাটীত ১৯ দিনীয়া যাত্ৰা সম্পূৰ্ণ কৰিছে। আজি বাক্ৰাপাৰা আৰু বশিষ্ঠত বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীত বহু স্থানীয় লোকে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত জিএমডিএৰ উপাধ্যক্ষ শ্ৰী মুকুতা ডেকা আৰু জিলা সচিব (জি) শ্ৰী

নগাঁৱৰ কাছমাৰি চলচলিত জনজাতীয় পৰম্পৰাৰে গাওঁ বাসীৰ মংগলৰ বাবে পূজা অৰ্চনা কৰি পৰম্পৰাগত ৰীতি নীতিৰে খালে এসাজ।

নগাঁৱৰ কাছমাৰি চলচলিত জনজাতীয় পৰম্পৰাৰে গাওঁ বাসীৰ মংগলৰ বাবে পূজা অৰ্চনা কৰি পৰম্পৰাগত ৰীতি নীতিৰে খালে এসাজ।

  নগাঁও জিলাৰ এখন জনজাতীয় গাওঁ। গাওঁখনৰ নাম কাছমাৰি চলচলী জনজাতী গাঁও । ১৮৮১ চনৰ পৰাই প্ৰতি বছৰৰ আঘোন মাহৰ শেষৰটো দেওবাৰে উদযাপন কৰি আহিছে এক সুকীয়া উৎসৱ । জিলা খনৰ কাছমাৰি চলচলীৰ কালিকা থানত জনজাতীয় লোকসকলে দেওবাৰৰ দিনটোতে পালন কৰি আহিছে পৰম্পৰাগত ৰীতি নীতিৰে এই উৎসৱ। এয়া কালিকা থানৰ

শীতকালত আমাৰ ছালখন প্ৰায়ে শুকান কিয় হয় জানেনে ? ছাল মসৃণ কৰাত সহায় কৰিব পৰা৫ টা টিপছ জানো আহক

শীতকালত আমাৰ ছালখন প্ৰায়ে শুকান কিয় হয় জানেনে ? ছাল মসৃণ কৰাত সহায় কৰিব পৰা৫ টা টিপছ জানো আহক

আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে যে পৰিৱৰ্তনশীল ঋতুৰ প্ৰতি আপোনাৰ ছালখনে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ? যদি আপুনি লক্ষ্য কৰিছে যে শীতকালৰ ঠাণ্ডা মাহত আপোনাৰ ছালখন প্ৰায়ে শুকান আৰু চেপেটা হোৱা যেন লাগে। ঠাণ্ডা বতাহ , ঘৰৰ ভিতৰৰ শুকান তাপ, কম আৰ্দ্ৰতাৰ মাত্ৰা, আৰু শীতকালৰ কঠোৰ বতাহে আপোনাৰ ছালত আৰ্দ্ৰতা চেপ