স্বামীক অকথ্য শাৰীৰিক-মানসিক নিৰ্যাতনৰ ঘটনা ৷ পত্নীৰ নিৰ্যাতন সহিব নোৱাৰি স্বামীয়ে সামাজিক মাধ্যমত লিখিলে আত্মহননৰ কথা ৷ ভুক্তভোগী স্বামীৰ কথা জানিব পাৰি আৰক্ষীয়ে উদ্ধাৰ কৰে লোকজনক ৷ এই ঘটনা সংঘটিত হৈছে তেজপুৰত ৷ ইয়াকে লৈ চহৰখনত অব্যাহত আছে ব্যাপক চাঞ্চল্য ৷ ঘটনাৰ বিৱৰণী অনুসৰি, যোৰহাটৰ দেৱিন্দৰ সিং মাৰৱাহ নামৰ এজন
Year: 2023
ডিব্ৰুগড়ৰ বকুল বাইপাছত সংঘটিত চাঞ্চল্যকৰ ঘটনাৰ ৰহস্যৰ ওৰ। ৰহস্যজনকভাৱে পথত পৰি থকা অৱস্থাত উদ্ধাৰ হোৱা যুৱতীগৰাকীক হত্যা কৰা হৈছিল। হত্যা কৰিছিল যুৱতীগৰাকীৰ কাষতে পৰি থকা অৱস্থাত উদ্ধাৰ হোৱা যুৱকজনে। যুৱকজনক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ পিছত আৰক্ষীয়ে ঘটনাস্থলী পৰ্যবেক্ষণ কৰি আৰু যুৱকজনৰ ভাষ্যত সন্দেহ ওপজাত অধিক জেৰাৰ অন্তত এয়া হত্যাকাণ্ড
शाहरुख खान की फिल्म ‘जवान’ बॉक्स ऑफिस पर धूम मचा रही है। इस मास एक्शन थ्रिलर में शाहरुख खान को लोग काफी पसंद कर रहे हैं। फिल्म ने बीते 3 दिनों में इतनी कमाई की है कि यह हिंदी सिनेमा की सबसे बड़ी बॉक्स ऑफिस सफलताओं में से एक बनकर
নিউজ ব্যুৰ’,নগাঁও,৯ছেপ্টেম্বৰ:–বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ জীৱন আৰু কৃতিৰ চৰ্চা কেৱল আনুষ্ঠানিক বক্তৃতা প্ৰদানৰ দিনতীয়া স্মৃতিচাৰণতে সীমিত কৰি নাৰাখি তাক দেশে-বিদেশে স্থায়ী ৰূপত প্ৰসাৰিত কৰাৰ মানসেৰে “চিত্ৰাচল পাব্লিকেশ্যন”ৰ হৈ মৃণাল শৰ্মাৰ দ্বাৰা প্ৰকাশিত আৰু ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক উৎপল মেনাৰ দ্বাৰা সম্পাদিত ভূপেন হাজৰিকা-চৰ্চাৰ এলানি গ্ৰন্থৰ তৃতীয়টি খণ্ড শুক্ৰবাৰে (৮ ছেপ্টেম্বৰ)
নিউজ ব্যুৰ’,নগাঁও,৯ছেপ্টেম্বৰ:–নগাঁও-মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী জাজৰিৰ উদয়ন মইনা পাৰিজাতৰ ২৪সংখ্যক বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী উপলক্ষে উত্তৰ জাজৰি পুথিভঁড়াল আৰু উদয়ন যুৱক সংঘৰ উদ্যোগত শনিবাৰে দিনযোৰা কাৰ্যসূচীৰে শিশু সমাৰোহ অনুষ্ঠিত হয় । এই উপলক্ষে উত্তৰ জাজৰি প্ৰাথমিক বিদ্যালয় প্ৰাংগণত আয়োজিত শিশু সমাৰোহত পুৱা চিত্ৰাংকন কুইজ আৰু