रणबीर कपूर और आलिया भट्ट की हिट फिल्म ‘ब्रह्मास्त्र: पार्ट वन-शिवा’ नौ सितंबर 2022 को सिनेमाघरों में रिलीज हुई और फिल्म ने आज एक साल पूरा कर लिया है। ‘ब्रह्मास्त्र’ के निर्देशक अयान मुखर्जी ने फिल्म के एक साल पूरे होने का जश्न मनाया और सोशल मीडिया पर खास पोस्ट
Year: 2023
ভাৰতীয় মতে, ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজী মতে এইক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। সেয়ে ইংৰাজীত ৰাশিক কোৱা হয় ছান ছাইন। মেষ : টকাৰ কথা ভাবি নিজৰ স্বাস্থ্যৰ সৈতে আপোচ কৰিলে নহ’ব। বৃষ : পৰিস্থিতিৰ ওফৰত নিয়ন্ত্ৰণ ৰক্ষাৰ চেষ্টা কামত নাহিব, মগজু শীতল কৰি ৰাখক
বৰ্তমান দেশত ইণ্ডিয়া-ভাৰত বিবাদ চৰ্চাত আছে। বিৰোধী আৰু শাসকীয় পক্ষৰ মাজত বাক-বিতণ্ডা চলি থকাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শাসকীয় পক্ষক কৰিছে বিশেষ আহ্বান। বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰীবৰ্গৰ সৈতে বৈঠক সম্বোধন কৰি মোডীয়ে শাসকীয় পক্ষৰ মন্ত্ৰীসকলক ইণ্ডিয়া-ভাৰত বিষয়ত মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ কৈছে। ভাৰত নামৰ ব্যৱহাৰৰ ক্ষেত্ৰত কেন্দ্ৰই ইতিহাস নহয়, সংবিধান
জি-২০ৰ দুদিনীয়া বৈঠক অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ৰাজধানী দিল্লী। ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া এই বৈঠকত বিভিন্ন ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। ইয়াৰে একাংশ নেতাই দিল্লীতে বাহৰ পাতিব। তাৰ ভিতৰত আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন। আজি সন্ধিয়া দিল্লীত উপস্থিত হ’ব মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰপতিগৰাকীৰ লগত এক দ্বিপাক্ষিক
পুনৰ বিকৃত ৰূপত উপস্থাপন হ’ল অসম-অসমীয়াৰ স্বাভিমান বিহু। এইবাৰ দেশৰ ৰাজধানীত বিদেশী ৰাষ্ট্ৰপ্রধানৰ সন্মুখত বিকৃত ৰূপত উপস্থাপন কৰা হ’ল অসমৰ সংস্কৃতি বিহুক। যাকলৈ এতিয়া সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। উল্লেখ্য যে, দিল্লীত অনুষ্ঠিত জি-২০ বৈঠকত অংশ ল’বলৈ অহা বৃটিছৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকক আদৰণি জনোৱাৰ উদ্দেশ্যেৰে জি-২০ৰ আয়োজকে আয়োজন কৰিছিল বিশেষ অনুষ্ঠানৰ।