Year: 2023

সোমবাৰে পুৱা পুনৰ বুৰৈঘাটৰ নাকাচেকিঙত অবৈধ ভাৱে সৰবৰাহ কৰা গৰু ভৰ্তি ট্ৰাক জব্দ বিহালী আৰক্ষীৰ

সোমবাৰে পুৱা পুনৰ বুৰৈঘাটৰ নাকাচেকিঙত অবৈধ ভাৱে সৰবৰাহ কৰা গৰু ভৰ্তি ট্ৰাক জব্দ বিহালী আৰক্ষীৰ

বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বুৰৈঘাটৰ নাকাচেকিঙত পুৱা ৫ বজাত পুনৰ অবৈধ ভাৱে সৰবৰাহ কৰা গৰু ভৰ্তি ট্ৰাক জব্দ বিহালী আৰক্ষীৰ। তথ্য মতে বিহালী আৰক্ষী থানাৰ ভাৰ প্ৰাপ্ত আৰক্ষী বিষয়া বুছিং বেই বিশেষ সূত্ৰৰ উমান পায় বুৰৈঘাটত নাকাচেকিঙ লগাই। ইয়াৰ পিছতে অৰুনাচলৰ নাহৰলগুনৰ পৰা ধুবুৰীলৈ লৈ যোৱা ML10-C-8375 গৰু ভৰ্তি ট্ৰাকখনৰ

চকুৰ সুস্বাস্থ্যৰ বাবে আজিয়েই খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এইসমূহ খাদ্য

চকুৰ সুস্বাস্থ্যৰ বাবে আজিয়েই খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এইসমূহ খাদ্য

 চকু আমাৰ শৰীৰৰ আটাইতকৈ সূক্ষ্ম অংশ। যদি চকুৰ সঠিক যত্ন লোৱা নহয়, তেনেহলে দৃষ্টিশক্তি হ্ৰাস হৈ আপুনি চশমাৰ ওপৰত ভৰষা কৰিবলগীয়া হ’ব পাৰে।সম্প্ৰতি, অধিকাংশ লোকেই ম’বাইল, টিভি আৰু লেপটপত অধিক সময় অতিবাহিত কৰে। যি হৈছে  চকু দুৰ্বল হোৱাৰ মূখ্য কাৰণ।চকুৰ জ্বলা-পোৰা, সঘনাই চকুপানী ওলোৱা, মূৰৰ বিষ আদি হৈছে চকু দুৰ্বল

মহানগৰ আৰক্ষীত চাঞ্চল্যকৰ ঘটনা, মহানগৰ আৰক্ষীত চাঞ্চল্যকৰ ঘটনা…ব্ৰহ্মপুত্ৰত জাঁপ দি আত্মহত্যা কৰাৰ সন্দেহ

মহানগৰ আৰক্ষীত চাঞ্চল্যকৰ ঘটনা, মহানগৰ আৰক্ষীত চাঞ্চল্যকৰ ঘটনা…ব্ৰহ্মপুত্ৰত জাঁপ দি আত্মহত্যা কৰাৰ সন্দেহ

নিখোঁজ পাণবজাৰ মহিলা থানাৰ কনিষ্টবল শৰাইঘাট দলঙত উদ্ধাৰ গায়ত্ৰীৰ চেণ্ডেল, ম’বাইল, চশমা শিলসাঁকোৰ উচ্ছেদত কৰ্মৰত আছিল গায়ত্ৰী হাজৰিকা গায়ত্ৰীৰ নামত উদ্ধাৰ কৰা হৈছে এখন ছুইচাড নোট

সাৱধান! এইসমূহ থাইৰইডৰ আৰম্ভণিৰ লক্ষণ

সাৱধান! এইসমূহ থাইৰইডৰ আৰম্ভণিৰ লক্ষণ

আজিৰ তাৰিখত বিশ্বব্যাপী ১০ জন ব্যক্তিৰ ভিতৰত ৪জনেই থাইৰইডৰ দৰে বিপদজনক ৰোগত আক্ৰান্ত। মেদবহুলতা, হৰমনৰ ভাৰসাম্যহীনতা আৰু ভুল জীৱনশৈলীয়েই হৈছে এই ৰোগৰ মুখ্য কাৰণ। ই দুই প্ৰকাৰৰ। ইয়াৰ প্ৰাৰম্ভিক লক্ষণবোৰ কি আৰু আপুনি ইয়াৰ পৰা নিজকে কেনেকৈ সুৰক্ষিত কৰিব পাৰে, আজি এই বিষয়ে জানো আহক- থাইৰইডৰ লক্ষণ . হাত-ভৰিৰ কঁপনি।

নগাঁও জিলা সংস্কৃত ভাষা বিকাশ মঞ্চৰ ২৪ সংখ্যক বাৰ্ষিক মুকলি অধিবেশন সম্পন্ন

নগাঁও জিলা সংস্কৃত ভাষা বিকাশ মঞ্চৰ ২৪ সংখ্যক বাৰ্ষিক মুকলি অধিবেশন সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,৪ছেপ্টেম্বৰ:–বিগত আঢ়ৈ দশক জুৰি সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু জনপ্ৰিয়কৰণত ব্ৰতী হৈ থকা ব্যতিক্ৰমী অনুষ্ঠান নগাঁও জিলা সংস্কৃত ভাষা বিকাশ মঞ্চৰ ২৪স‌ংখ্যক বাৰ্ষিক মুকলি অধিৱেশনখন আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। এই উপলক্ষে মঞ্চৰ নিজা ভৱন ‘আনন্দম’ত সভাত সভাপতিত্ব কৰে অধ্যাপক,সংস্কৃতজ্ঞ গুণ শ‌ইকীয়াই। বিশিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি সাহিত্যিক,সদৌ অসম