Year: 2023

কামপুৰত মৃত্যু হোৱা মানুহৰ নামত থকা মাটি বিক্ৰী কৰি আৰক্ষী জালত দালাল চক্ৰ

কামপুৰত মৃত্যু হোৱা মানুহৰ নামত থকা মাটি বিক্ৰী কৰি আৰক্ষী জালত দালাল চক্ৰ

নিউজ ব্যুৰ’,নগাঁও,৩ছেপ্টেম্বৰ:–যিমানেই ৰাজ্য চৰকাৰখনে ৰাজ্যখন দুৰ্নীতি মুক্ত কৰাৰ কথা কৈ আহিছে সিমানেই ন ন কেলেংকাৰীৰ কথা পোহৰলৈ আহিছে। নগাঁও জিলাৰ কামপুৰ উপ-পঞ্জীয়কৰ কাৰ্যালয়ত সংঘটিত হৈছে এক নাভূত নাশ্ৰুত ঘটনা । জানিব পৰা মতে জালিয়াতিৰে মৃত্যু হোৱা মানুহৰ নামত থকা মাটি বিক্ৰী কৰে এটি দালাল চক্ৰই। উল্লেখ্য যে কামপুৰৰ পাচনীজাৰ কৃষ্ণ

যিকোনো সময়তে আক্ৰান্ত হ’ব পাৰে হাৰ্ট এটেকত

যিকোনো সময়তে আক্ৰান্ত হ’ব পাৰে হাৰ্ট এটেকত

হাৰ্ট এটেকৰ ঘটনাবোৰ এতিয়া সমগ্ৰ দেশজুৰি ভয়াৱহভাৱে বৃদ্ধি পাবলৈ ধৰিছে। হাৰ্ট এটেকৰ ফলত যিকোনো বয়সৰ লোকে যিকোনো সময়তে অকাল মৃত্যুক সাৱটিবলগীয়া হৈছে। অৱশ্যে, হৃদৰোগ বৃদ্ধি পোৱাৰ বহু কাৰণো আছে। অস্বাস্থ্যকৰ জীৱনশৈলীয়েই হৈছে ইয়াৰ  মূল কাৰণ। হয়, অত্যাধিক জাংক ফুড আৰু নিমখ খোৱাৰ ফলত হৃদৰোগীৰ সংখ্যা তীব্ৰ হাৰত বৃদ্ধি পাইছে। যদি

আৰক্ষীৰ চকুত ধূলি দি পলায়ন শুভলক্ষ্মীৰ!

আৰক্ষীৰ চকুত ধূলি দি পলায়ন শুভলক্ষ্মীৰ!

বিতৰ্কিত শুভলক্ষ্মীক বিচাৰি গুৱাহাটীত শিৱসাগৰ আৰক্ষীৰ দল। প্ৰাক্তন বিধায়ক কুশল দুৱৰীৰ ঘৰত আৰক্ষীৰ অভিযান। বিধায়কগৰাকীৰ ছয়মাইলস্থিত বাসগৃহত আৰক্ষীয়ে চলালে অভিযান। শুভলক্ষ্মী দত্তই আত্মগোপন কৰি থকাৰ সন্দেহত আৰক্ষীৰ অভিযান। আৰক্ষী অহাৰ উমান পাই আৰক্ষীৰ চকুত ধূলি দি পলায়ন শুভলক্ষ্মীৰ। বনকৰা মহিলা অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ শুভলক্ষ্মীৰ বিৰুদ্ধে। অনিমা প্ৰজাৰ নামৰ মহিলাগৰাকীৰ

গুৱাহাটী ৰে’লৱে ষ্টেচনত বাৰ্মিজ চুপাৰি জব্দ…

গুৱাহাটী ৰে’লৱে ষ্টেচনত বাৰ্মিজ চুপাৰি জব্দ…

গুৱাহাটী ৰে’লৱে ষ্টেচনত বাৰ্মিজ চুপাৰি জব্দ অবধ এক্সপ্ৰেছৰ পৰা জব্দ বাৰ্মিজ চুপাৰিখিনি RPFৰ সহযোগত GRPএ জব্দ কৰে চুপাৰিখিনি জব্দকৃত চুপাৰিখিনিৰ মূল্য প্ৰায় ৫০ লাখ টকা ডিমাপুৰৰ পৰা অনা হৈছিল বাৰ্মিজ চুপাৰিখিনি।

মৰিগাঁৱত ২ ভুৱা আৰক্ষী অধীক্ষকক আটক!

মৰিগাঁৱত ২ ভুৱা আৰক্ষী অধীক্ষকক আটক!

মৰিগাঁৱত ২ ভুৱা আৰক্ষী অধীক্ষকক আটক মৈৰাবাৰী দূৰবান্ধি গাঁৱৰ ওমৰ ফাৰুক, ৰছিদুল ইছলামক আটক মৰিগাঁৱৰ লোচনাবৰীৰ পৰা দুয়োকে আটক আৰক্ষীৰ ‘ৰচীদুল ইলেক্ট্ৰনিকছ ষ্ট’ৰ’ নামৰ এখন দোকানত আৰক্ষীৰ অভিযান দোকানখনত ভুৱা ছীল-মোহৰ, আৰক্ষীৰ ভুৱা প্ৰমাণ-পত্ৰ বিক্ৰী কৰিছিল দোকানত থকা এটা লেপটপ, স্কেনাৰ, প্ৰিণ্টাৰ, SWIPE মেচিন জব্দ SP-DCৰ নামত ভুৱা ছীল-মোহৰ, বহু