Year: 2023

কোকৰাঝাৰ জিলা কাৰাগাৰৰ পৰা পলায়ন মোমায়েকক হত্যাৰ অভিযুক্ত প্ৰকাশ বৰ্মন…

কোকৰাঝাৰ জিলা কাৰাগাৰৰ পৰা পলায়ন মোমায়েকক হত্যাৰ অভিযুক্ত প্ৰকাশ বৰ্মন…

কোকৰাঝাৰ জিলা কাৰাগাৰ পৰা যোৱা সোমবাৰে নিশা এগৰাকী কয়দীয়ে পলায়ন কৰা ঘটনা পোহৰলৈ অহাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । পলায়ন কৰা কয়দী গৰাকীৰ নাম প্ৰকাশ বৰ্মন ৷ কোকৰাঝাৰৰ ছালাকাটি আৰক্ষী চকীৰ অন্তৰ্গত নয়াছাৰা চতুৰ্থ খণ্ডৰ প্ৰকাশ বৰ্মনে নিজৰ মোমায়েকক হত্যা কৰা অভিযুক্ত হৈ যোৱা মাৰ্চৰ পৰা কোকৰাঝাৰ জিলা কাৰাগাৰত বন্দী

পৃথিৱীৰ আটাইতকৈ ওখ শিৱ মন্দিৰটো ক’ত আছে জানেনে ?

পৃথিৱীৰ আটাইতকৈ ওখ শিৱ মন্দিৰটো ক’ত আছে জানেনে ?

 হিন্দু ধৰ্মালম্বী লোকসকলৰ উপাস্য দেৱতা ভগৱান শিৱ।বিশ্বাস মতে, ভগৱান শিৱ খুব সোনকালে ভক্তৰ প্ৰতি সন্তুষ্ট হয়।যাৰ বাবে ভক্তসকলে শিৱক উপাসনা কৰি তেওঁলোকৰ মনোবাঞ্চা পূৰ্ণ কৰাৰ বাবে আৰ্শীবাদ বিচাৰে। বিশেষকৈ সোমবাৰ আৰু শাওন মাহটো ভগৱান শিৱৰ নামত উৎসৰ্গা কৰা হয়।শাওন মাহত সকলো ভক্ত শিৱ মন্দিৰলৈ গৈ ভগৱান শিৱৰ পূজা-অৰ্চনা কৰে।সমগ্ৰ দেশতে

দেশী-বিদেশীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু এইসকল মহিলা

দেশী-বিদেশীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু এইসকল মহিলা

এই পৃথিৱীত চলি থকা কিছুমান ৰীতি-নীতিয়ে আমাক আচৰিত হ’বলৈ বাধ্য কৰে।এই ৰীতি-নীতিবোৰৰ আঁৰত অৱশ্যে বিশ্বাসো আছে।হয়, ম্যানমাৰৰ এটা গোত্ৰত প্ৰচলিত এক পৰম্পৰা হৈছে ডিঙিত আঙুঠিৰ দৰে এবিধ বিশেষ গহনা পিন্ধা। এই নিৰ্দিষ্ট জনজাতিৰ মহিলাসকলে তেওঁলোকৰ ডিঙিত এই বিশেষ গহনা পিন্ধাৰ ফলত তেওঁলোকৰ ডিঙিটো অদ্ভুতভাৱে দীঘল হয়। উত্তৰ থাইলেণ্ড আৰু ম্যানমাৰৰ

চিকিৎসাৰ বাবে পুত্ৰৰ সৈতে গৈ আছিল মাতৃ, ডাম্পাৰৰ খুন্দাত থিতাতে নিহত

চিকিৎসাৰ বাবে পুত্ৰৰ সৈতে গৈ আছিল মাতৃ, ডাম্পাৰৰ খুন্দাত থিতাতে নিহত

বাইহাটা চাৰিআলি বাৰোৱাৰী দুৰ্গাপূজা মণ্ডপৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত এগৰাকী মহিলা। ঘটনা সন্দৰ্ভত জানিব পৰা মতে কামৰূপ জিলাৰ ৰঙিয়া আৰক্ষী থানাৰ অন্তৰ্গত ঝাওৰাকুছিৰ সাত নং ওৱাৰ্ড নিবাসী প্ৰয়াত বপুতি শালৈৰ পত্নী লক্ষ্মী শালৈ (৫০) অসুস্থ আছিল। তেওঁৰ চিকিৎসাৰ বাবে বৰ