মেষ ৰাশি: আজি ধাৰ্মিক আৰু আধ্যাত্মিক কামত আপোনাৰ সময় পাৰ হ’ব। আজি ধনৰ লেনদেন পৰিহাৰ কৰা উচিত। শৰীৰ আৰু মনত ভয় থাকিব। ধৰ্মীয় কামত ধন ব্যয় কৰা হ’ব। বৃষ ৰাশি: ব্যৱসায় বৃদ্ধি পাব পাৰে। আপোনাৰ উপাৰ্জনৰ উৎস বৃদ্ধি হ’ব। আপুনি বিবাহিত জীৱনত সুখ আৰু সন্তুষ্টি লাভ কৰিব। অবিবাহিত লোকসকলৰ বিবাহৰ
Year: 2023
গোৱালপাৰাৰ ধূপধৰাৰ মাজমজিয়াত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত আজি এখন যাত্ৰীবাহী বাছ জ্বলি ভস্মিভূত হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অবশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই। এই ঘটনাক কেন্দ্ৰ কৰি এক উত্তেজনাই বিৰাজ কৰাও পৰিলক্ষিত হয়। প্ৰাপ্ত তথ্য অনুযায়ী আজি পুৱা প্ৰায় ৯ মান বজাত ধূপধৰা বাছ স্থানত ১৭ নং
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই কাইলৈ মহাকাশলৈ সূৰ্য্য অভিমুখে উৎক্ষেপন কৰিব লগীয়া আদিত্য এল-১ ৰ লগত জড়িত আছে যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী। সূৰ্য্যৰ জটিল প্ৰক্ৰিয়াবিলাক অধ্যয়ন কৰিবলৈ প্ৰেৰণ কৰিবলগীয়া আদিত্যৰ কাৰ্য্যক্রমণিকাৰ এটা গুৰুত্বপূৰ্ণ বিষয়ত নেতৃত্ব ল’বৰ বাবে যুটীয়া অনুসন্ধানকাৰী বিজ্ঞানী হিচাপে নিযুক্ত কৰা হৈছে যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ
🔹 মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ শিৱসাগৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত অৰ্জুনগুৰি অঞ্চলৰ দিখৌ নদীত আজি পুৱা এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পিন্ধনত টি ছাৰ্ট আৰু এটা মুগা বৰণীয়া থ্ৰি কোৱাৰ্টাটাৰ পেন্ট পৰিধান কৰা বগা বৰণৰ ব্যক্তিজনৰ বয়স আনুমানিক ত্ৰিশ-পয়ত্ৰিশ বছৰ হব বুলি
কাছাৰত দুই অবুজ কন্যা সন্তানক গৰ্ভৱতী মাতৃয়ে হত্যা কৰাৰ ঘটনাত চাঞ্চল্য বিয়পি পৰিছে। মাতৃ আজমিৰা বেগম লস্কৰে ১০ মহীয়া আৰু ৩ বছৰ বয়সৰ কন্যা সন্তান দুটাক হত্যা কৰে। এই নৃশংস আৰু ভয়ানক ঘটনা সোণাই সমষ্টিৰ হাতীখালৰ বাউৰীকান্দি অঞ্চলত সংঘটিত হৈছে । শুকুৰবাৰে পুৱা এই ঘটনা পৰিয়ালটোৰ আন সদস্যসকলৰ দৃষ্টিগোচৰ হয়