ওজন হ্ৰাস কৰিব সকলোৱে বিচাৰে। কিন্তু কঠোৰ শাৰিৰীক পৰিশ্ৰম আৰু দীঘলীয়া সময়ৰ বাবে ৰুচিহীন খাদ্যভাস কৰাৰ ভয়তে বহুলোকে মেদবহুলতাক লৈয়ে জীয়াই থাকিবলৈ বাধ্য হয়। কিন্তু জীৱনশৈলীত পৰিৱৰ্তনৰ জৰিয়তে আপুনিও মেদবহুলতাৰ পৰা মুক্তি লাভ কৰিব পাৰে। ২০১৯ চনত আমেৰিকান জাৰ্নেল অফ লাইফষ্টাইল মেডিচিনত প্ৰকাশিত এক অধ্যয়নত পৰামৰ্শ দিয়া হৈছে যে এক
Year: 2023
ডায়বেটিচ থকা অধিক ওজনৰ লোকৰ ক্ষেত্ৰত অলপ কফি খাই সুৰাবিহীন চৰ্বিযুক্ত যকৃতৰ ৰোগৰ (এনএএফএলডি) তীব্ৰতা হ্ৰাস কৰা সম্ভৱ নেকি? কইমব্ৰা বিশ্ববিদ্যালয়ৰ এক নতুন অধ্যয়ন অনুসৰি আৰু নিউট্ৰিয়েণ্টছ আলোচনীত প্ৰকাশিত কেফেইন, পলিফেনল আৰু কফিত পোৱা অন্যান্য প্ৰাকৃতিক উপাদান। মুম্বাইৰ ফৰ্টিছ চিকিৎসালয়ত যকৃত সংৰোপণ আৰু হেপাটো-পেনক্ৰিয়াটো-বিলিয়াৰী (এইচপিবি) অস্ত্ৰোপচাৰৰ জ্যেষ্ঠ পৰামৰ্শদাতা আৰু মুখ্য
সকলোৱে শুকান ফল ভাল পায়, হয়তো প্ৰায় সংখ্যক লোকে আটাইতকৈ বেছি ভাল পোৱা শুকান ফল হ’ল কাজু। কাজু প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে। মিঠাই আৰু মিঠা ব্যঞ্জনত ইয়াক ব্যৱহাৰ কৰা হয়। বিভিন্ন খাদ্যত কাজু মিহলালে খাদ্য সোৱাদযুক্ত হোৱাৰ উপৰিও কাজু শৰীৰৰ বাবেও অতি উপকাৰী। বিশেষকৈ কাজুৰ ব্যৱহাৰ আমাৰ হৃদযন্ত্ৰৰ স্বাস্থ্য
পদিনা হয়তো সকলোৰে প্ৰিয়। পদিনাৰ চাটনি বেয়া পোৱা মানুহ নায়েই চাগৈ ৷ বিশেষকৈ কেঁচা আমৰ লগত পদিনাৰ চাটনিৰ সোৱাদ অতুলনীয় ৷ বহু মানুহে চাহ, চৰ্বত আদিতো পদিনা পাত ব্যৱহাৰ কৰে। পদিনা বাৰমহীয়া সুগন্ধিযুক্ত বনৌষধি। ই যে অকল সোৱাদ বিশিষ্ট তেনে নহয়, বহুতো ঔষধি গুণ আছে ইয়াৰ ৷ এতিয়া পদিনাৰ উপকাৰিতা
ওঁঠে আমাৰ মুখৰ সৌন্দৰ্য বৃদ্ধি কৰে ৷ শীতকালত বহুতৰে ওঁঠ ফাটে ৷ কাৰোবাৰ সকলো সময়তে ওঁঠ ফটা দেখা যায় ৷ এই সমস্যাটো খুব বেদনাদায়ক, লগতে ই আমাৰ মুখৰ সৌন্দৰ্যকো প্ৰভাৱিত কৰে ৷ সাধাৰণতে আমি শৰীৰৰ আন অংশসমূহকৈ ওঁঠৰ যতন কমকৈ লওঁ ৷ বতৰৰ প্ৰভাৱ অথবা কেতিয়াবা ওঁঠ কামুৰি থকাৰ অভ্যাসৰ