Year: 2023

মহানগৰীত ড্ৰাগছৰ ৰমৰমীয়া বেহা; শিলপুখুৰীত ৰাইজে ড্ৰাগছ সহ হাতে-লোটে ধৰে মাতৃ-কন্যাক

মহানগৰীত ড্ৰাগছৰ ৰমৰমীয়া বেহা; শিলপুখুৰীত ৰাইজে ড্ৰাগছ সহ হাতে-লোটে ধৰে মাতৃ-কন্যাক

উত্তৰ- পূবৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰ দিনক দিনে বৃদ্ধি পাছতে ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ আৰক্ষীয়ে সময়ে সময়ে অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে যদিও সংগোপনে অব্যাহত ড্ৰাগছ সৰবৰাহ ৷ এইবাৰ ড্ৰাগছ ব্যৱসায়ীৰ ৰূপত অৱতীৰ্ণ হৈছে মহিলা আৰু কলেজীয়া ছাত্ৰী। বৃহস্পতিবাৰে শিলপুখুৰীৰ নৱগ্ৰহ মন্দিৰৰ সমীপত ৰাইজে বিশেষ সূত্ৰৰ পমখেদি এটা ঘৰৰ

সাৱধান! নিমখ বেছিকৈ খালে যিকোনো সময়তে বিকল হ’ব পাৰে হৃদযন্ত্ৰ

সাৱধান! নিমখ বেছিকৈ খালে যিকোনো সময়তে বিকল হ’ব পাৰে হৃদযন্ত্ৰ

হাৰ্ট এটেকৰ ফলত যিকোনো বয়সৰ লোকে যিকোনো সময়তে অকাল মৃত্যুক সাৱটিবলগীয়া হৈছে ৷ হৃদৰোগ বৃদ্ধি পোৱাৰ বহু কাৰণ আছে ৷ তাৰ ভিতৰত অস্বাস্থ্যকৰ জীৱনশৈলীয়েই হৈছে ইয়াৰ মূল কাৰণ৷ অত্যাধিক জাংক ফুড আৰু নিমখ খোৱাৰ ফলত হৃদৰোগীৰ সংখ্যা তীব্ৰ হাৰত বৃদ্ধি পাইছে ৷ যদি শৰীৰত ছডিয়ামৰ পৰিমাণ অধিক হয়, তেনেহ’লে ই

মুকলি হ’ব ৰাজ্যৰ ৩খনকৈ মেডিকেল কলেজ…

মুকলি হ’ব ৰাজ্যৰ ৩খনকৈ মেডিকেল কলেজ…

মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব নগাঁও মেডিকেল কলেজ। নলবাৰী মেডিকেল কলেজ উদ্বোধন কৰিব জয়ন্ত মল্লবৰুৱাই। কোকৰাঝাৰ মেডিকেল কলেজ উদ্বোধন কৰিব কেশৱ মহন্তই।

ADREৰ যোগ্যতাৰ অতিৰিক্ত তালিকা প্ৰকাশ

ADREৰ যোগ্যতাৰ অতিৰিক্ত তালিকা প্ৰকাশ

ADREৰ যোগ্যতাৰ অতিৰিক্ত তালিকা প্ৰকাশ ৩য় আৰু ৪ৰ্থ বৰ্গৰ পদৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ নতুনকৈ যোগ্যতা লাভ কৰাৰ তালিকাত ৫১৪ গৰাকীৰ নাম তৃতীয় বৰ্গৰ পদৰ বাবে নিৰ্বাচিত ৫৯ গৰাকী প্ৰাৰ্থী চতুৰ্থ বৰ্গৰ পদৰ বাবে নিৰ্বাচিত ৪৫৫ গৰাকী প্ৰাৰ্থী SLRCৰ ৱেবছাইটত লাভ কৰিব ফলাফল