মস্তিষ্কৰ কোষ শুকাই যোৱাৰ সমস্যা বা ব্রেইন এ ট্রফি হোৱাৰ মূলতেই মদ্যপান। অধিক পৰিমাণে নিতৌ মদ্যপান কৰাৰ ফলত মস্তিষ্কৰ আকৃতি লাহে লাহে সৰু হ’বলৈ ধৰে। সহজ অৰ্থত ক’বলৈ হ’লে শোটোৰা শোটোৰ হৈ পৰে। যেতিয়া মস্তিষ্ক শুকাবলৈ আৰম্ভ কৰে তেতিয়া আকৃতিৰো তাৰতম্য ঘটে। এনে হ’লে বুদ্ধি-বৃত্তিৰো বিকাশত বাধা জন্মে। মস্তিষ্কৰ কোষ
Year: 2023
সু-স্বাস্থ্যৰ বাবে বিভিন্ন ভিটামিনৰ প্ৰয়োজন৷ তেনে এবিধ অতি গুৰুত্বপূৰ্ণ ভিটামিন হৈছে ভিটামিন ‘ডি’৷ এইবিধ ভিটামিন দেহৰ ভিতৰতে উৎপন্ন হয়৷ ভিটামিন ‘ডি’ শৰীৰৰ বাবে অতি অপৰিহাৰ্য৷ ভিটামিন ‘ডি’য়ে শৰীৰত কেলছিয়াম আৰু ফছফৰাছৰ শোষণ নিয়ন্ত্ৰণত সহায় কৰে৷ তদুপৰি ই দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰে৷ আনকি হাড় আৰু দাঁতৰ স্বাভাৱিক বৃদ্ধি তথা
ক্ষতিকাৰক প্ৰভাৱ পেলাব পাৰে বায়ু প্ৰদূষণে। এক পৰীক্ষাৰ অন্তত গম পোৱা গৈছে যে দীর্ঘসময় ধৰি বায়ু প্ৰদূষণৰ সংস্পৰ্শত থাকিলে মস্তিষ্কৰ সামগ্ৰিক আকৃতি সংকুচিত হৈ পৰে। ফলত মস্তিষ্কৰ বিভিন্ন অংশত পৰিমিত ৰক্ত সঞ্চালনৰ অভাৱত কোষবোৰৰ মৃত্যু ঘটিবলৈ আৰম্ভ কৰে। নিঃশব্দে ইস্কেমিক স্ট্রোক হয়। গবেষণাটোত গম পোৱা গৈছে যে যি মানুহে ৰাস্তাৰ
নিয়ামীয়াকৈ আখৰোট খালেও অনেক উপকাৰ পোৱা যায়৷ আখৰোটত আছে প্ৰচুৰ পৰিমাণে পুষ্টি গুণ৷ যি বিভিন্ন ৰোগৰ পৰা শৰীৰক ৰক্ষা কৰাত সহায় কৰে৷ কৰ্কট ৰোগ প্ৰতিৰোধঃ আখৰোটে কেন্সাৰ প্ৰতিৰোধ কৰাত সহায় কৰে৷ ইয়াত প্ৰচুৰ পৰিমাণে ওমেগা-৩ ফেটি এচিড আৰু অন্যান্য এণ্টিঅক্সিডেণ্ট থাকে যিয়ে কেন্সাৰৰ বিৰুদ্ধে যুঁজ দিয়ে৷ বিশেষকৈ প্ৰষ্টেট, স্তন আৰু
গুৱাহাটীৰ চৰকাৰী আয়ুৰ্বেদিক কলেজ আৰু হস্পিতাল, নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু, বি টি আৰ চৰকাৰ, আৰু কেন্দ্ৰীয় আয়ুষ গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত আজি ওদালগুৰি মহাবিদ্যালয় চৌহদত দিনজোৰা কাৰ্যসূচীৰে কেইৱাটাও কাৰ্যসূচী অনুষ্ঠিত হয়। পুৱা ৬ বজাৰ পৰা পুৱা ৮ বজালৈ ৫০০ ছাত্ৰ-ছাত্ৰী আৰু এবছুৰ কৰ্মীৰ অংশগ্ৰহণেৰে যোগ প্ৰশিক্ষণ অনুষ্ঠিত হয়। উক্ত