Year: 2023

Shweta Sharda Crowned Miss Diva Universe 2023

Shweta Sharda Crowned Miss Diva Universe 2023

In a dazzling event, Shweta Sharda of Chandigarh was bestowed with the coveted title of Miss Diva Universe 2023. The 22-year-old beauty pageant winner’s crowning moment was a highlight of the star-studded ceremony. Shweta Sharda’s journey is truly inspiring. Hailing from Chandigarh, she is the daughter of a single mother.

আহি আছে গণেশ চতুৰ্থী! জানি লওক তাৰিখ আৰু শুভ মুহূৰ্ত

আহি আছে গণেশ চতুৰ্থী! জানি লওক তাৰিখ আৰু শুভ মুহূৰ্ত

শৰতৰ অন্যতম গুৰুত্বপূৰ্ণ পাৰ্বণ হ’ল গণেশ চতুৰ্থী। এই বছৰ গণেশ চতুৰ্থী পৰিছে আহিন মাহত। ইংৰাজী তাৰিখ অনুসৰি ১৯ ছেপ্টেম্বৰ মঙলবাৰে পালন কৰা হ’ব গণেশ চতুৰ্থী। চতুৰ্থী তিথি অৱশ্যে আৰম্ভ হ’ব তাৰ আগদিনাৰ পৰাই। ১৮ ছেপ্টেম্বৰৰ দুপৰীয়া ১২.৩৯ মিনিটত আৰম্ভ হ’ব চতুৰ্থী। চতুৰ্থী তিথি থাকিব পিছদিনা অৰ্থাৎ ১৯ ছেপ্টেম্বৰৰ দুপৰীয়া ১.৪৩

মধুৰি আমৰ বিষয়ে আপুনি জানে, ইয়াৰ পাতৰ উপকাৰিতাৰ বিষয়ে জানেনে ?

মধুৰি আমৰ বিষয়ে আপুনি জানে, ইয়াৰ পাতৰ উপকাৰিতাৰ বিষয়ে জানেনে ?

মধুৰি আমৰ পাতৰ উপকাৰিতাৰ বিষয়ে আপুনি জানেনে ? ডায়েবেটিছ আক্ৰান্ত ৰোগীৰ বাবে এই পাত যথেষ্ট উপকাৰী। মধুৰি আমৰ পাত চাহৰ সৈতে মিহলাই সেৱন কৰিলে বহু ৰোগৰ পৰা উপশম পোৱা যায় । মধুৰি আমৰ পাত চজিনা পাতৰ দৰে অলেখ গুণযুক্ত বুলি কোৱা হয়। মধুৰি আমৰ পাতে আপোনাক দিব পাৰে এইসমূহ লাভালাভ-

৩০ আগষ্টত আকাশত চন্দ্ৰৰ অসাধাৰণ দৃশ্য দেখা যাব, ‘চুপাৰ ব্লু মুন’ কি জানো আহক

৩০ আগষ্টত আকাশত চন্দ্ৰৰ অসাধাৰণ দৃশ্য দেখা যাব, ‘চুপাৰ ব্লু মুন’ কি জানো আহক

ৰাখী বন্ধনৰ (Raksha Bandhan) দিনটোত চন্দ্ৰৰ এক আশ্চৰ্যজনক দৃশ্য আকাশত দেখা পোৱা যাব। অহা ৩০ আগষ্টত, পূৰ্ণিমা তিথিত বিশ্ববাসীয়ে ব্লু মুনৰ (Super Blue Moon) অসাধাৰণ দৃশ্যটো  উপভোগ কৰিব পাৰিব। ই দুটা পৰিঘটনাৰ সমন্বয়ৰ পৰা উদ্ভৱ হ’ব। ইয়াক নীলা চন্দ্ৰ বা চুপাৰ ব্লু মুন বুলি কোৱা হৈছে। চন্দ্ৰই (Moon) পৃথিৱীৰ নিকটতম

চন্দ্ৰপৃষ্ঠত অক্সিজেনৰ উপস্থিতি নিশ্চিত কৰিলে ৰ’ভাৰ প্ৰজ্ঞানে

চন্দ্ৰপৃষ্ঠত অক্সিজেনৰ উপস্থিতি নিশ্চিত কৰিলে ৰ’ভাৰ প্ৰজ্ঞানে

চন্দ্ৰপৃষ্ঠত প্ৰজ্ঞানে বিচাৰি পালে অক্সিজেন। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই আজি টুইটযোগে এই কথা ৰাজহুৱা কৰিছে। সংস্থাটোৱে মঙলবাৰে কয় যে প্ৰজ্ঞান ৰ’ভাৰৰ লেজাৰ-প্ৰেৰিত ব্ৰেকডাউন স্পেকট্ৰোস্কোপে প্ৰথমবাৰৰ বাবে চন্দ্ৰৰ দক্ষিণ মেৰুৰ ভূমিত ছালফাৰ(S)ৰ উপস্থিতি নিশ্চিত কৰিছে ইছৰোৱে প্ৰকাশ কৰে যে আশা কৰা অনুসৰি চন্দ্ৰত এলুমিনিয়াম (Al), কেলচিয়াম(Ca), লো (Fe), ক্ৰমিয়াম(Cr), টাইটেনিয়াম(Ti), মেংগানিজ(Mn),