Year: 2023

কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী ৰাহুল! দাবী গেহলটৰ

কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী ৰাহুল! দাবী গেহলটৰ

দেশৰ শাসকীয় বিজেপি নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটৰ বিৰুদ্ধে ২৬টা বিৰোধী দলে ‘ইণ্ডিয়া’ মিত্ৰজোঁট গঠন কৰিছে৷ ৩১ আগষ্ট আৰু ১ছেপ্টেম্বৰত মুম্বাইত এই মিত্ৰজোঁটৰ দুদিনীয়া বৈঠক অনুষ্ঠিত হ’ব৷ তাতেই সমন্বয়ক আৰু আন আন

মাৰ্ঘেৰিটাৰ এগৰাকী স্কুলীয়া ছাত্ৰী নিৰুদ্দেশ

মাৰ্ঘেৰিটাৰ এগৰাকী স্কুলীয়া ছাত্ৰী নিৰুদ্দেশ

মাৰ্ঘেৰিটাৰ এগৰাকী স্কুলীয়া ছাত্ৰী নিৰুদ্দেশ  । টিৰাপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশমমান শ্ৰেণীত অধ্যয়নৰত অনিতা মুণ্ডা নামৰ ছাত্ৰীগৰাকী নিৰুদ্দেশ  হৈ আছে কিছুদিন ধৰি । সদাশয় লোকে ছাত্ৰীগৰাকীৰ কিবা সম্ভেদ পালে 6003605585

“নন্দিনী” আলোচনীৰ সম্পাদক মাইনী মহন্তক গুণ মহন্ত বঁটা প্ৰদান

“নন্দিনী” আলোচনীৰ সম্পাদক মাইনী মহন্তক গুণ মহন্ত বঁটা প্ৰদান

    নিউজ ব্যুৰ’,নগাঁও,২৮আগষ্ট:–জনপ্ৰিয় অভিনেতা তথা বিশিষ্ট সমাজকৰ্মী গুণ মহন্তৰ পঞ্চম মৃত্যু বাৰ্ষিকীত ৰবিবাৰে বিশিষ্ট লেখিকা তথা সাংবাদিক, “নন্দিনী” আলোচনীৰ সম্পাদক মাইনী মহন্তক গুণ মহন্ত বঁটা প্ৰদান কৰা হয় ।

“শীঘ্ৰেই হিন্দুৰাষ্ট্ৰ ঘোষণা কৰক চন্দ্ৰক; আৰু শিৱশক্তি পইণ্ট হওঁক ৰাজধানী” : স্বামী চক্ৰপাণি

“শীঘ্ৰেই হিন্দুৰাষ্ট্ৰ ঘোষণা কৰক চন্দ্ৰক; আৰু শিৱশক্তি পইণ্ট হওঁক ৰাজধানী” : স্বামী চক্ৰপাণি

“শীঘ্ৰেই হিন্দুৰাষ্ট্ৰ ঘোষণা কৰক চন্দ্ৰক। আৰু শিৱশক্তি পইণ্ট হওঁক ৰাজধানী” : স্বামী চক্ৰপাণি ”সংসদত প্ৰস্তাৱ গৃহীত কৰি চন্দ্ৰক হিন্দু ৰাষ্ট্ৰ ঘোষণাৰ লগতে তাৰ ৰাজধানীক শিৱ শক্তি পইণ্ট হিচাপে নিৰ্মাণ কৰিব

সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিৰ বৈঠক,অধিবেশনস্থলীৰ নাম “পাঁচো ৰজাৰ সমন্বয় ক্ষেত্ৰ”, স্মৃতি গ্ৰন্থৰ নাম “বাৰপূজীয়া”

সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিৰ বৈঠক,অধিবেশনস্থলীৰ নাম “পাঁচো ৰজাৰ সমন্বয় ক্ষেত্ৰ”, স্মৃতি গ্ৰন্থৰ নাম “বাৰপূজীয়া”

  নিউজ ব্যুৰ’,নগাঁও,২৭আগষ্ট:– অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক–২০২৪ বাৰপূজীয়া অধিবেশনৰ আদৰণি সমিতিৰ কৰ্ণধাৰ সমিতিৰ এখনি বৈঠক ৰবিবাৰে বাৰপূজীয়া শাখা সাহিত্য সভাৰ কাৰ্যালয়ত অনুষ্ঠিত হয় । আদৰণি সমিতিৰ সভাপতি হেমন্ত