মাৰ্ঘেৰিটাৰ এগৰাকী স্কুলীয়া ছাত্ৰী নিৰুদ্দেশ  । টিৰাপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশমমান শ্ৰেণীত অধ্যয়নৰত অনিতা মুণ্ডা নামৰ ছাত্ৰীগৰাকী নিৰুদ্দেশ  হৈ আছে কিছুদিন ধৰি । সদাশয় লোকে ছাত্ৰীগৰাকীৰ কিবা সম্ভেদ পালে 6003605585  নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ তৰফৰ পৰা আহবান জনাইছে ।