যিয়ে আপোনাক আৱেশ অনুভৱ কৰোৱায়, যাৰ বিষয়ে ভাবি পেটত পখিলা উৰিব ধৰে, যিয়ে আপোনাৰ মুখত এটা সুন্দৰ হাঁহি আনি দিয়ে…সেয়া হৈছে মৰমত কৰা চুম্বন (Kiss)। যদি আপোনাৰ সম্পৰ্কত প্ৰেম আছে, তেন্তে আপোনাৰ নিশ্চিতভাৱে চুম্বনো হ’ব। সমগ্ৰ পৃথিৱীত প্ৰেম প্ৰকাশ কৰিবলৈ চুমা খোৱা হয়। চুমা কেৱল সংগীৰ মাজতে নহয়, এগৰাকী মাতৃয়ে
Year: 2023
হিন্দু ধৰ্ম অনুযায়ী প্ৰতিটো দিন বাৰ কোনো এজন দেৱ -দেৱীৰ নামত সমৰ্পিত হয়। শুক্ৰবাৰ দিনটো মা সন্তোষী আৰু লক্ষ্মী মাৰ দিন ৰূপে মনা হয়। মানুহে মা লক্ষ্মীক প্ৰসন্ন কৰিবৰ বাবে শুক্ৰবাৰে ব্ৰত পালন কৰে আৰু এই ব্ৰত পালন কৰিলে ধন সম্পত্তিৰ বৃদ্ধি হয় আৰু মা লক্ষ্মীৰ কৃপা সদায় লগত থাকে।
জ্যোতিষ শাস্ত্ৰ অনুসাৰে-সপ্তাহত বাৰৰ অনুসাৰে-তিলক লগালে গ্ৰহক অনুকূল ৰূপে গঢ়িব পাৰি আৰু গ্ৰহৰ পৰা শ্ৰেষ্ঠ তথা শুভ ফল প্ৰাপ্ত কৰিব পাৰি। হিন্দু ধৰ্মত শৌৱ,শাক্ত,বৈষ্ণৱ আৰু অন্য সম্প্ৰদায়ৰ লগত সম্বন্ধিত ব্যক্তিসকলে নিজৰ নিজৰ মান্যতা অনুসাৰে তিলক ধাৰণ কৰে। তিলকৰ প্ৰকাৰ- মৃত্তিকা,ভষ্ম,চন্দন,ৰৌলী, সেন্দূৰ গৌপী আদি। এই সকলোৰে ভিতৰত চন্দনৰ তিলকক ধাৰণ কৰাৰ
কৰ্মসংস্থাপন বিচাৰি দক্ষিণ ভাৰতৰ কেৰাললৈ যোৱাৰ পথত চিলাপথাৰৰ এজন যুৱক নিখোজ হোৱাৰ খবৰে হাহাকাৰ লগাইছে যুৱকজনৰ পৰিয়ালৰ লগতে অঞ্চলটোত। জানিব পৰামতে চিলাপথাৰ জলকিয়াসুতি গাঁৱৰ মিলধৰ সোণোৱালৰ পুত্ৰ সঞ্জীৱ সোণোৱালে (৪০) যোৱা ১৯ আগষ্টত ডিব্ৰুগড়ৰ পৰা ট্ৰেইনযোগে কেৰেলালৈ বুলি যাত্ৰা কৰিছিল। পিছে ৰে’লৰে গৈ থকা অৱস্থাত ২১ আগষ্টত যাত্ৰা পথৰ তামিলনাডুৰ
দেউতা মোৰ কাম শেষ। তোমাক কথা দিছিলো আৰু মোৰ কথা ৰাখিলো।’ যিসময়ত চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান-৩ৰ ৰোভাৰ বিক্ৰমৰ সফল অৱতৰণক লৈ সমগ্ৰ দেশবাসীৰ লগতে অসমতো আনন্দৰ এক পৰিৱেশেে বিৰাজ কৰিছিল, দেশবাসী ইছৰোৰ বিজ্ঞানীসকলৰ সফলতাত গৌৰৱাম্বিত হৈ পৰিছিল সেই সময়তে ইছৰোৰ পৰা এগৰাকী বিজ্ঞানীয়ে ফোন কৰি জামুগুৰিহাটৰ পিতৃক এইদৰে কৈছিলি। অথচ