Year: 2023

চয়াবিনে কলেষ্টেৰলৰ স্তৰ শীঘ্ৰেই হ্ৰাস কৰে, শেহতীয়া এক গৱেষণাত প্ৰকাশ পাইছে এই তথ্য …

চয়াবিনে কলেষ্টেৰলৰ স্তৰ শীঘ্ৰেই হ্ৰাস কৰে, শেহতীয়া এক গৱেষণাত প্ৰকাশ পাইছে এই তথ্য …

কলেষ্টেৰল হৈছে কোষআৱৰণত পোৱা এক প্ৰকাৰৰ চৰ্বিযুক্ত, তেলেতীয়া ষ্টেৰইড যি তেজত পৰিবহন হয়। ই স্তন্যপায়ী প্ৰাণীৰ কোষ আৱৰণৰ এক অত্যাৱশ্যকীয় উপাদান। কিন্তু যদি কলেষ্টেৰলৰ স্তৰ উচ্চ হয়, ই ধ্বংসাত্মক হ’ব! হৃদৰোগ আৰু সংবহন ৰোগৰ বিপদাশংকা বৃদ্ধি কৰে! হৃদআক্ৰমণ আৰু ষ্ট্ৰোকৰ আশংকাও বহুগুণে বৃদ্ধি হয়। গতিকে সাৱধান হওক! চিকিৎসকৰ মতে, কলেষ্টেৰল

কনজাংটিভাইটিছৰ লক্ষণ দেখিলেই সাৱধান হওক! নকৰিব এই ভুল

কনজাংটিভাইটিছৰ লক্ষণ দেখিলেই সাৱধান হওক! নকৰিব এই ভুল

চৌদিশে এতিয়া জনজাংটিভাইটিছৰ আতংক (conjunctivitis)। বহু লোক আক্ৰান্ত হৈছে এই চকুৰ ফ্লুত। ই হৈছে এক সংক্ৰাক ৰোগ যিয়ে ভাইৰাছ বা বেক্টেৰিয়াৰ দ্বাৰা চকুত প্ৰভাৱ পেলায়। বানপানী আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত এই ৰোগবিধৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। এই ৰোগ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ ফালৰ পৰাও জাৰি কেতবোৰ সতৰ্কবাণী। কনজাংটিভাইটিছৰ লক্ষণসমূহ ১. চকু ৰঙা

সোমবাৰৰ ব্ৰতৰ বিধি আৰু ব্ৰতৰ লাভ জানি লওক…

সোমবাৰৰ ব্ৰতৰ বিধি আৰু ব্ৰতৰ লাভ জানি লওক…

সোমবাৰৰ উপবাস ভগৱান শিৱৰ ওপৰত পালন কৰা হয়।সোমবাৰৰ শব্দ-সংস্কৃতত সোম শব্দৰ পৰা অনা হৈছে।সোমবাৰৰ শব্দ সংস্কৃতৰ সোম শব্দৰ পৰা আহিছে।যাৰ অৰ্থ হৈছে-চন্দ্ৰমা।অৰ্থাৎ হিন্দু দেৱতা চন্দ্ৰ।লগতে ভগৱান শিৱক সোমেশ্বৰ নামেৰে জনা যায়।কাৰণ মহাদেৱে নিজৰ জটাঁত অৰ্ধচন্দ্ৰাকাৰ চন্দ্ৰমাক ধাৰণ কৰে।সোমবাৰৰ ব্ৰত-ভগৱান সোমেশ্বৰক প্ৰসন্ন কৰিবলৈ সোমবাৰৰ দিনা কৰা হয়।আৰু ইয়াৰ দ্বাৰা মনৰকামনাও পূৰ্ণ

নগাঁৱত বিশ্ব আলোকচিত্ৰ দিৱস উদযাপন,শৰ্মিষ্ঠা প্ৰীতমক “ভিউফাইণ্ডাৰ বঁটা” প্ৰদান

নগাঁৱত বিশ্ব আলোকচিত্ৰ দিৱস উদযাপন,শৰ্মিষ্ঠা প্ৰীতমক “ভিউফাইণ্ডাৰ বঁটা” প্ৰদান

নিউজ ব্যুৰ’,নগাঁও,২০আগষ্ট:–নগাঁও ছোৱালী মহাবিদ্যালয় আৰু ভিউফাইণ্ডাৰৰ যুটীয়া উদ্যোগত শনিবাৰে বিশ্ব আলোকচিত্ৰ দিৱস উদযাপন কৰা হয়। এই উপলক্ষে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত নিমন্ত্ৰিত অতিথি ৰূপে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কুলেন চন্দ্ৰ দাসৰ লগতে গুৱাহাটীৰ চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট চিত্ৰশিল্পী অতুল চন্দ্ৰ বৰুৱা,দিল্লী ললিত কলা অকাডেমী আৰু

ওৰাঙত আটছাৰ প্ৰতিবাদ…

ওৰাঙত আটছাৰ প্ৰতিবাদ…

বঙহৰ বিৰুদ্ধে বঙহৰ যুজ ।একে জনগোষ্ঠীৰ দুই ছাত্ৰ সংগঠৰ মাজত তীব্ৰ সংঘাত। ৰাজপথত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা(আছা)ৰ সভাপতি প্ৰদীপ নাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা(আটছা)ৰ । আটছাই গংগা স্নান কৰালে আছাৰ সভাপতি প্ৰদীপ নাগৰৰ প্ৰতিমূৰ্তিক । ওদালগুৰি জিলাৰ ওৰাঙৰ ৰাজপথত প্ৰায় এক কিলোমিটাৰ পথ চুচোৰাই