ধন ঘটাই একমাত্ৰ উদ্দেশ্য আছিল নিলম্বিত ADC সুকন্যা বৰাৰ ৷ ধনৰ খঁকত সুকন্যা বৰাই য’তেই নিযুক্তি পাইছিল তাতেই সংঘটিত কৰিছিল ব্যাপক দুৰ্নীতি ৷ কিন্তু এশ গৰু মাৰিলে বাঘৰ মৰণ হোৱাৰ দৰে অৱশেষত জালত পৰিল সুকন্যা ৷ দুদিন আগলৈকে বিলাসী জীৱন কটোৱা সুকন্যা হ’ব লাগিব কাৰাগাৰৰ আলহী ৷ গৃহবিভাগৰ অনুমোদন পালেই
Year: 2023
শুক্ৰৰ ৰাশি পৰিৱৰ্তন জ্যোতিষশাস্ত্ৰত খুবেই গুৰুত্বপূৰ্ণ বুলি ধৰা হয়। শুক্ৰৰ এক ভাল অৱস্থানে যিকোনো ৰাশিৰ ভাগ্য উদয় কৰিব পাৰে। শুক্ৰৰ গতিয়ে ২৫ তাৰিখে স্থান পৰিৱৰ্তন কৰিব, যাৰ ফলত কিছুমান ৰাশি উপকৃত হ’ব। শুক্ৰ তুলাৰ পৰা বৃশ্চিক ৰাশিলৈ স্থান পৰিৱৰ্তন কৰিব। জ্যোতিষশাস্ত্ৰ মতে, এই সময়ত কিছু কিছু ৰাশিৰ বাবে শুভ সময়
মেষ ৰাশি : শ্ৰীগণেশে কৈছে, এই সময়ত আনৰ সহায়ত শান্তি লাভ কৰিব। টকা ধাৰলৈ বিচাৰিলে সহজতে পাব। বন্ধুৰ সৈতে আড্ডা দি সময় কটোৱাৰ সম্ভাৱনা আছে। কিন্তু এয়া কৰা উচিত নহয়, অন্যথা গুৰুত্বপূৰ্ণ কাম হাতৰ পৰা ওলাই যাব পাৰে। পিতৃৰ পৰা ব্যৱসায় সংক্ৰান্তীয় পৰামৰ্শ ল’বলগা হ’ব পাৰে। ব্যয় নিয়ন্ত্ৰণ নকৰিলে অনুশোচনাত
চাৰিটা ৰাজযোগঃ জ্যোতিষৰ মতে ৫০০ বছৰৰ পিছত আজি ৪টা ৰাজযোগ গঠন হৈছে। ফলত ২০২৪ চনত কিছু ৰাশিৰ ভাগ্য উজ্জ্বল হ’ব। এই ৰাশিবোৰ কি কি জানো আহক। জ্যোতিষৰ মতে গ্ৰহবোৰে বিভিন্ন সময়ত শুভ আৰু অশুভ ৰাজযোগ গঠন কৰে। মানুহৰ জীৱনত ইয়াৰ প্ৰভাৱ দেখা যায়। আজি ১৬ ডিচেম্বৰত সূৰ্য্যই ধনু ৰাশিত প্ৰৱেশ
বলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা নিক জনস, গৌহৰ খান জেদ দৰবাৰ, মলাইকা অৰোৰা অৰ্জুন কাপুৰ দৰে কেইটামান দম্পত্তিয়ে প্ৰমাণ কৰি দিলে যে যদি পত্নীৰ বয়স স্বামীতকৈ বেছি হয় তেতিয়াও তেওঁলোকে এখন সুখৰ সংসাৰ গঢ়ি তুলিব পাৰে। কেৱল বলীউডৰ তাৰকাই নহয় বৰ্তমান সময়ত বিশেষকৈ বহু পুৰুষে নিজতকৈ বয়সত ডাঙৰ মহিলা বিয়া কৰাব বিচাৰে।