Year: 2023

লাট মণ্ডলৰ বাবে ঘোচ লৈ হাত দাঙিলে কম্পিউটাৰ দোকানৰ মালিক নয়ন বৰ্মনে

লাট মণ্ডলৰ বাবে ঘোচ লৈ হাত দাঙিলে কম্পিউটাৰ দোকানৰ মালিক নয়ন বৰ্মনে

হাত দাঙিয়েই আছে…লাট মণ্ডলৰ বাবে ঘোচ লৈ হাত দাঙিলে কম্পিউটাৰ দোকানৰ মালিক নয়ন বৰ্মনে। টিহুত লাট মণ্ডল দেৱাশিস বৰ্মনৰ বাবে উৎকোচ লোৱাৰ অভিযোগ।

আকৌ হাত দাঙিলে চৰকাৰী বিষয়াই

আকৌ হাত দাঙিলে চৰকাৰী বিষয়াই

আকৌ হাত দাঙিলে চৰকাৰী বিষয়াই। এইবাৰ ঘোচ লৈ হাত দাঙিলে লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা মনোজ কুমাৰ শইকীয়াই। হাফলঙত পেণ্ডিং বিল মুকলি কৰি দিয়াৰ নামত লৈছিল উৎকোচ।  

হিমাচলত ভয়ংকৰ ভূমিস্খলন, নিহত ৭১, সন্ধানহীন ২১ জন লোক

হিমাচলত ভয়ংকৰ ভূমিস্খলন, নিহত ৭১, সন্ধানহীন ২১ জন লোক

হিমাচলত ভূমিস্খলনৰ ভয়ংকৰ পৰিস্থিতি। চকুৰ সন্মুখত খহি পৰিল কেইবাটাও অট্টালিকা। হিমাচল প্ৰদেশৰ মাণ্ডি জিলাৰ দৃশ্য।   https://twitter.com/i/status/1691803700874936366   হিমাচল প্ৰদেশৰ কৃষ্ণ নগৰৰ ভূমিস্খলনৰ ভয়ংকৰ দৃশ্য। তাচপাতৰ দৰে খহি পৰিছে অট্টালিকাসমূহ।   https://twitter.com/i/status/1691779130948280401   হিমাচল প্ৰদেশত অব্যাহত আছে ভূমিস্খলনৰ উদ্ধাৰ অভিযান। বিশেষকৈ ৰাজ্যখনৰ চিমলাত উদ্ধাৰ অভিযান এই পৰ্যন্ত চলি আছে।   https://twitter.com/i/status/1692028079613301150

ফেটি লিভাৰৰ সমস্যা? এনেবোৰ খাদ্য এৰাই চলক

ফেটি লিভাৰৰ সমস্যা? এনেবোৰ খাদ্য এৰাই চলক

ফেটি লিভাৰৰ সমস্যা এতিয়া এক গুৰুতৰ স্বাস্থ্য সমস্যা হিচাবে দেখা দিছে। আমাৰ খাদ্যভাসৰ বাবেই ফেটি লিভাৰৰ সমস্যাই দেখা দিব পাৰে। ফেটি লিভাৰ বা  চৰ্বিযুক্ত যকৃতত ভুগি থকা ৰোগী যকৃতৰ চিৰোচিছৰ পৰা যকৃতৰ কৰ্কট ৰোগ আদিতো আক্ৰান্ত হ’ব পাৰে।  ফেটি লিভাৰৰ সমস্যা সন্দৰ্ভত কলকাতাৰ বিশিষ্ট চিকিৎসা বিশেষজ্ঞ ডাঃ ৰুদ্ৰজিৎ পালে কয়