ভাৰতত উচ্চ ৰক্তচাপ ৰোগীৰ সংখ্যা অতি বেছি কাৰণ ইয়াত মানুহে নিমখীয়া বস্তু বেছিকৈ খায়। নিমখীয়া খাদ্যত ছডিয়ামৰ পৰিমাণ অতি বেছি যাৰ বাবে এই সমস্যাৰ সৃষ্টি হয়। ইয়াৰ বাহিৰেও অধিক তেলীয়া বা প্ৰচেছড খাদ্য গ্ৰহণ কৰা লোকৰ ধমনীত কলেষ্টেৰল জমা হ’বলৈ আৰম্ভ কৰে। এই কাৰণে ব্লক হয় আৰু তেজৰ সোঁতত সমস্যা
Year: 2023
আপুনিও ডাঠ আৰু ধুনীয়া চুলিৰ সপোন দেখিব পাৰে, মাত্ৰ নিয়মিতভাৱে যত্ন ল’ব লাগিব। আৰু এইটো নিশ্চয় আপোনাৰ বাবে অজ্ঞাত নহয়। সুস্বাস্থ্য পাবলৈ যেনেকৈ শৰীৰৰ যত্ন লোৱাটো প্ৰয়োজনীয়, তেনেদৰে চুলিৰ বিভিন্ন সমস্যা সমাধানৰ বাবে কেইটামান নিয়ম মানি চুলিৰ যত্ন লোৱাটোও গুৰুত্বপূৰ্ণ। এই ক্ষেত্ৰত বজাৰত বিক্ৰী হোৱা চুলিৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ উপৰিও
বিশ্বনাথৰ জপৌবাৰীত এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে। মাতৃসহ দুই শিশুৰ সলিল সমাধি ঘটা এক খবৰ পোহৰলৈ আহিছে। সোমবাৰৰ পৰা সন্ধানহীন হৈ আছিল দুই সন্তানসহ এগৰাকী মাতৃ। আজি পুৱা ঘৰৰ সমীপৰ পুখুৰীত উদ্ধাৰ হয় তিনিওৰে মৃতদেহ। নিহত মাতৃগৰাকীৰ নাম মিনালী ওৰাং। আনহাতে নিহত দুই সন্তান ক্ৰমে ৰোহন ওৰাং আৰু
বলীউডৰ অন্যতম আইকনিক অভিনেত্ৰী মনীষা কৈৰালাৰ অভিনয় সদায় সকলোৰে মাজত সমাদৃত৷ অৱশ্যে কেৰিয়াৰৰ শিখৰত যোৱাৰ সময়তে মনীষাৰ ব্যক্তিগত জীৱনটো মানসিক অশান্তিৰে জুৰুলা হৈ পৰিছিল। ১৯৪২,এ লাভ ষ্ট’ৰী, বম্বে, অগ্নি সাক্ষী, গুপ্ত, দিল ছে আদি চিনেমাৰ বাবে ৫৩ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে অতিশয় প্ৰশংসা লাভ কৰিছিল। মনীষাই হয়তো নিজৰ কামৰ জৰিয়তে লাখ লাখ
আপোনালোক সকলোৱে হয়টো নিশ্চয় জানে কৰবী ফুলৰ বিষয়ে। বগা ,ৰঙা, আৰু হালধীয়া ৰঙৰ ফুল ভগৱান শিৱৰ প্ৰিয়। এই ফুল কেৱল ভগৱান শিৱৰে প্ৰিয় নহয়, ভগৱান বিষ্ণু আৰু দেৱী লক্ষ্মীৰো অতি প্ৰিয় ফুল। আপুনি ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰিবলৈও এই ফুল পূজাত আগবঢ়াব পাৰে। কৰবী ফুলৰ আছে আন বহুতো বিশ্বাস। ইয়াৰ