লালকিল্লাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিৰোধী INDIA গোটক প্ৰত্যাহ্বান জনাই কৈ গ’ল আগন্তুক বৰ্ষত আকৌ স্বাধীনতা দিৱসত পুনৰ লালকিল্লালৈ আহিব আৰু এটা বছৰৰ খতিয়ান দাঙি ধৰিব। উল্লেখ্য যে, দশমবাৰৰ বাবে লালকিল্লাত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক সম্বোধন কৰি স্বাধীনতা দিৱসৰ ভাষণ আগবঢ়ালে। এই ভাষণৰ মাজতে তেওঁ বিৰোধী INDIA
Year: 2023
লেইলা শেঠ, যিয়ে ভাৰতৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ হিচাপে ইতিহাস ৰচিছিল। লগতে এয়াও দেখুৱাই দিছিল যে ভাৰতীয় নাৰীযেও আইনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। লেইলা শেঠৰ জন্ম হৈছিল ১৯৩০ চনৰ ২০ অক্টোবৰত লক্ষ্ণৌ চহৰত।১১ বছৰ বয়সতে পিতৃক হেৰুৱাইছিল লেইলাই। তাৰপাছতেই লেইলাই সন্মুখীন গৈছিল আৰ্খিক সংকটৰ। আৰ্থিক সংগ্ৰামৰ পাছতো তেওঁ দাৰ্জিলিঙৰ
কৰ্মক্ষেত্ৰত বিশেষ কৃতিত্বৰ বাবে স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন পদবীৰ ৩৭গৰাকী আৰক্ষী জোৱানে মুখ্যমন্ত্ৰীৰ পদক লাভ কৰিছে । ইয়াৰ ভিতৰত আছে বৰাক উপত্যকাৰ ৬ জন আৰক্ষী (Six policemen from Barak Valley get CM’s medal)। বৰাক উপত্যকাৰ পৰা পদক লাভ কৰাসকলৰ ভিতৰত আছে শিলচৰত কৰ্মৰত দক্ষিণ অসম ৰেঞ্জৰ আৰক্ষী ডি আই
অসমত নাথাকে আৰু মহকুমা ৷ মহকুমাৰ বিলুপ্তিৰ বিপৰীতে আত্মপ্ৰকাশ ঘটিব উপজিলাৰ৷ মুখ্যমন্ত্ৰীয়ে খানাপাৰাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ ভাষণত ঘোষণা কৰিলে এই কথা ৷ ইফালে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে বিলুপ্ত হোৱা চাৰি জিলা পুনৰ ঘূৰাই পোৱাত অতি কমেও লাগিব আৰু দুমাহ ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে অসমৰ চাৰিখন জিলা বিলুপ্ত হৈছিল বিগত
স্বাধীনতা দিৱসৰ (77th Independence Day) দিনাই টেট শিক্ষক (TET teachers) আৰু ঠিকাভিত্তিক শিক্ষকৰ বাবে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma)। সৰ্বশিক্ষা মিছনৰ অধীনত কৰ্মৰত আৰু ষ্টেট পুলৰ অধীনত কৰ্মৰত শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা হ’ব আৰু হাইস্কুলত কৰ্মৰত ঠিকাভিত্তিক শিক্ষকৰ চাকৰি স্থায়ী হ’ব বুলি ঘোষণা কৰিছে