Year: 2023

ৰঙিয়াত ৰহস্যজনকভাৱে মাতৃ-কন্যাৰ মৃতদেহ উদ্ধাৰ

ৰঙিয়াত ৰহস্যজনকভাৱে মাতৃ-কন্যাৰ মৃতদেহ উদ্ধাৰ

ৰঙিয়াত ৰহস্যজনকভাৱে মাতৃ-কন্যাৰ মৃতদেহ উদ্ধাৰ। শিৱ মন্দিৰৰ সমীপৰ এটা অট্টালিকাত উদ্ধাৰ মৃতদেহ দুটা। সম্পূৰ্ণৰূপে উৱলি যোৱা মৃতদেহ দুটা কণিকা আগৰৱাল আৰু পিনু আগৰৱাল বুলি চিনাক্ত। ঘটনাস্থলীত উপস্থিত ৰঙিয়া আৰক্ষী।

চাঞ্চল্যকৰ ঘটনা: আলট্ৰা বাছেৰে এটি ৫ বছৰীয়া শিশুক অপহৰণৰ চেষ্টা

চাঞ্চল্যকৰ ঘটনা: আলট্ৰা বাছেৰে এটি ৫ বছৰীয়া শিশুক অপহৰণৰ চেষ্টা

কামৰূপৰ বাইহাটা চাৰিআলিত চাঞ্চল্যকৰ ঘটনা। আলট্ৰা বাছেৰে এটি ৫ বছৰীয়া শিশুক অপহৰণৰ চেষ্টা। AS25AC8221 নম্বৰৰ বাছখনেৰে শিশুটিক অপহৰণৰ চেষ্টা। গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখী আছিল বাছখন। ঘটনাস্থলীৰ পৰা আটক বাছখনৰ হেণ্ডিমেনক।

উত্তৰাখণ্ডত পুনৰ প্ৰকৃতিৰ ৰুদ্ৰৰূপ

উত্তৰাখণ্ডত পুনৰ প্ৰকৃতিৰ ৰুদ্ৰৰূপ

🔷 ডাৱৰ বিস্ফোৰণত বিধ্বস্ত উত্তৰাখণ্ড 🔷 বিগত ২৪ ঘণ্টাত নেৰানেপেৰা বৰষুণ ৰাজ্যখনত 🔷 এইপৰ্যন্ত প্ৰকৃতিৰ কালৰূপত মৃত্যু ৭জন লোকৰ 🔷 ৰাজ্যখনৰ কেইবাটাও প্ৰান্তত ভয়াৱহ ভূমিস্খলন 🔷 বিপাশা নদী আৰু হৰিদ্বাৰত

হিমাচল প্ৰদেশৰ ৰাজধানী চিমলাত ভয়ংকৰ ভূমিস্খলন

হিমাচল প্ৰদেশৰ ৰাজধানী চিমলাত ভয়ংকৰ ভূমিস্খলন

হিমাচল প্ৰদেশৰ ৰাজধানী চিমলাত ভয়ংকৰ ভূমিস্খলন, ২৫জনৰো অধিক লোক ধ্বংসস্তুপৰ মাজত আবদ্ধ হৈ থকাৰ আশংকা সোমবাৰে পুৱা ৭ বজাত মূষলধাৰ বৰষুণৰ ফলত ভূমিস্খলনৰ কবলত পৰে এটা শিৱ মন্দিৰ। এই ঘটনাত

বহিৰাজ্যত কামৰ বাবে গৈছিল স্বামী, ঘৰলৈ উভতি সন্ধান নাপালে পত্নীৰ

বহিৰাজ্যত কামৰ বাবে গৈছিল স্বামী, ঘৰলৈ উভতি সন্ধান নাপালে পত্নীৰ

🛑 কেৰালাত কামৰ বাবে গৈছিল স্বামী, ঘৰলৈ উভতি সন্ধান নাপালে পত্নীৰ🛑 হেৰুওৱা পত্নীৰ সন্ধান দিওঁতালৈ ১০ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা স্বামীৰ