Year: 2023

প্ৰেমৰ প্ৰস্তাৱ অগ্ৰাহ্য: গোলাঘাটত ছাত্ৰীক চোকা অস্ত্ৰ দেখুৱাই ভাবুকি

প্ৰেমৰ প্ৰস্তাৱ অগ্ৰাহ্য: গোলাঘাটত ছাত্ৰীক চোকা অস্ত্ৰ দেখুৱাই ভাবুকি

প্ৰেমৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰা বাবেই ছাত্ৰীক চোকা অস্ত্ৰ দেখুৱাই ভাবুকি প্ৰদান কৰা ভণ্ড প্ৰেমিক অৱশেষত গোলাঘাট আৰক্ষীৰ জালত পৰিল। এই ঘটনা গোলাঘাট জিলাৰ কমাৰবন্ধাৰ। প্ৰাপ্ত অভিযোগ মতে, গোলাঘাট কমাৰবন্ধা বামুণগাঁৱৰ পংকজ বৰা নামৰ এজন যুৱকে বিগত কিছুদিন ধৰি এগৰাকী স্কুলীয়া ছাত্ৰীক দি আহিছিল প্ৰেমৰ প্ৰস্তাৱ। ছাত্ৰীগৰাকীয়ে প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাত

এইবাৰ প্ৰাতঃভ্ৰমণলৈ যোৱা মহিলাৰ ডিঙিৰ সোণৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

এইবাৰ প্ৰাতঃভ্ৰমণলৈ যোৱা মহিলাৰ ডিঙিৰ সোণৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

বিগত কেইটামান দিনত গুৱাহাটীৰ বিভিন্ন অঞ্চলত মহানগৰ আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ গৈ কেবাটাও চিলনী চোৰ আৰক্ষীৰ গুলীত আহত হোৱা স্বত্ত্বেও তাণ্ডৱ কমা নাই চিলনী চোৰৰ। এক কথাত যেন আৰক্ষীয়ে আৰক্ষীৰ কাম কৰিছে আৰু চিলনী চোৰেও যেন নিজৰ কাম কৰি গৈছে। এই ধাৰা অব্যাহত ৰাখি শনিবাৰে পশ্চিম গুৱাহাটীৰ আজাৰা আৰক্ষী থানা

নাবালিকাৰ সৈতে কু–কৰ্মত লিপ্ত আছিফ শেখক গ্ৰেপ্তাৰ ধুবুৰী আৰক্ষীৰ

নাবালিকাৰ সৈতে কু–কৰ্মত লিপ্ত আছিফ শেখক গ্ৰেপ্তাৰ ধুবুৰী আৰক্ষীৰ

নাবালিকাৰ সতে কৰা অবৈধ বিবাহ আদি কু–কৰ্মৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কঠোৰ স্থিতি গ্ৰহণ কৰি অহাৰ পাছতো একাংশ লম্পটৰ সলনি হোৱা নাই চৰিত্ৰ ৷ ধুবুৰীত নাবালিকাৰ সৈতে কু–কৰ্মত লিপ্ত থকাৰ অভিযোগত এজন মৌলবীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। জিলাখনৰ গৌৰীপুৰৰ বেগুনতুলীৰ পৰা ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লম্পট মৌলৱী আছিফ শেখক। প্ৰাপ্ত