Year: 2023

গৰ্ভাৱস্থাত জীনছ পিন্ধা মহিলাসকলে এইসমূহ কথা মনত ৰাখিব

গৰ্ভাৱস্থাত জীনছ পিন্ধা মহিলাসকলে এইসমূহ কথা মনত ৰাখিব

গৰ্ভাৱস্থাত মহিলাসকলে সঠিক খাদ্য তথা পানীয় গ্ৰহণত সচেতন হোৱাৰ উপৰিও সঠিক আৰু আৰামদায়ক কাপোৰ পিন্ধাটো ক্ষেত্ৰটো মন দিয়াৰ দৰকাৰ। শৰীৰত ভ্ৰূণটো বিকশিত হোৱাৰ লগে লগে এগৰাকী মহিলাৰ শৰীৰৰ আকৃতি সলনি হয়। যাৰ বাবে এই সময়ছোৱাত যিমান পাৰি আৰামদায়ক কাপোৰ পিন্ধিব লাগে। যিসকল মহিলাৰ জিনছ পিন্ধাৰ অভ্যাস আছে, তেওঁলোকৰ বাবে এই

ছালৰ ৰং ক’লা হোৱাৰ বাবে স্বামীক কৰে অপমান, অৱশেষত হ’লগৈ বিবাহ বিচ্ছেদ

ছালৰ ৰং ক’লা হোৱাৰ বাবে স্বামীক কৰে অপমান, অৱশেষত হ’লগৈ বিবাহ বিচ্ছেদ

স্বামী-স্ত্ৰীৰ মাজত বিবাহ বিচ্ছেদৰ কাৰণ হয়তো আপুনি বহুত শুনিছে বা জানিছে।কিন্তু ছালৰ ৰং ক’লা হোৱাৰ কাৰণে এজনে আনজনক বিবাহ বিচ্ছেদ দিয়াৰ কথা আগতে শুনিছেনে ? নিশ্চয় শুনা নাই ! কিন্তু শেহতীয়াকৈ এই কাৰণতে ভাঙিল এখন সংসাৰ। হয়, ঘটনাটো কৰ্ণাটকৰ। কৰ্ণাটক উচ্চ ন্যায়ালয়ে পত্নীয়ে স্বামীক কটলা বুলি অপমান কৰাৰ বাবে এহাল

মহিলাসকলে মৃত্যু পর্যন্ত মনত ৰাখে এই কথা

মহিলাসকলে মৃত্যু পর্যন্ত মনত ৰাখে এই কথা

মহিলাসকলক ইশ্বৰে সহ্য আৰু ধৈয্য কৰিব পৰা এক বিশেষ শক্তিৰ অধিকাৰী কৰি পৃথিৱীলৈ পঠিয়াইছে বুলিয়েই সকলোয়ে বিশ্বাস কৰে।তেওঁলোকে সমাজ-পৰিয়ালৰ লগত মিলি থাকিবলৈ বিভিন্ন সময়ত বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়াত পৰে আৰু এই সকলোবোৰ খুব সহজভাৱে এৰা-ধৰা কৰি তেওঁলোকে পৰিচালনা কৰিব পাৰে।কিন্তু এটা বিশেষ সময়ত তেওঁলোকে যদি দুখ পায়, সেয়া মৃত্যু পৰ্যন্ত

মহানগৰীত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযানঃ ২৮০ লিটাৰ চুলাই মদ জব্দ

মহানগৰীত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযানঃ ২৮০ লিটাৰ চুলাই মদ জব্দ

আবকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত গুৱাহাটী সদৰকে ধৰি আটাইকেইটা আবকাৰী চক্ৰ পৰিদৰ্শকৰ কাৰ্যালয়ে বিগত সময়চোৱাত দেশী-বিদেশী অবৈধ সুৰা আৰু চুলাই মদৰ বিৰুদ্ধে অভিযান চলাই আহিছে৷ কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাসৰ নিৰ্দেশত গোপন সূত্ৰৰ পম খেদি শুকুৰবাৰে পুৱাৰে পৰা বিয়লিলৈ বিৰুবাৰী, পাণবজাৰ, জালুকবাৰী আৰু ৰে’লৱে আবকাৰী চক্ৰৰ চক্ৰ

ডুবাইত সোণ বুটলিলে ৬৫ বছৰীয়া শশী খাউণ্ডে

ডুবাইত সোণ বুটলিলে ৬৫ বছৰীয়া শশী খাউণ্ডে

সংযুক্ত ভাৰতীয় খেল ফাউণ্ডেছন আৰু ইণ্ডোশ্ৰী সংস্থাই ডুবাইত অনুষ্ঠিত কৰা এছ বি কে এফ অষ্টম আন্তৰাষ্ট্ৰীয় ক্ৰীড়া ২০২৩ প্ৰতিযোগিতাত লখিমপুৰ নগৰৰ ৬৫ বছৰীয়া মহিলা খেলুৱৈ শশী খাউণ্ডে বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি তিনিটাকৈ সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হয়৷ ১ আগষ্টৰ পৰা ৬আগষ্টলৈ অনুষ্ঠিত এই ক্ৰীড়া প্ৰতিযোগিতাত ভাৰতৰ হৈ সদৌ অসম