Year: 2023

শীতকালত স্বাভাৱিক বুলি ধৰি লোৱা স্বাস্থ্য সমস্যাই ল’ব পাৰে ভয়াৱহ ৰূপ..

শীতকালত স্বাভাৱিক বুলি ধৰি লোৱা স্বাস্থ্য সমস্যাই ল’ব পাৰে ভয়াৱহ ৰূপ..

ঠাণ্ডা আৰম্ভ হোৱাৰ লগে লগে আমাৰ বহুতৰে হাত আৰু ভৰি জঠৰ হ’বলৈ আৰম্ভ কৰে।বহু ক্ষেত্ৰত এইটো স্বাভাৱিক যদিও বাৰে বাৰে যদি এনে হয়, তেন্তে ইয়াক একেবাৰে উপেক্ষা নকৰিব। এনেদৰে হাত-ভৰি জঠৰ হোৱাৰ মুখ্য কাৰণ হৈছে আমাৰ ৰক্ত নলীবোৰ সংকুচিত হোৱা। ৰক্তনলী সংকুচিত হ’লে বাকী অংগবোৰলৈ অক্সিজেনৰ যোগান হ্ৰাস হ’বলৈ আৰম্ভ

মহিলা-ছোৱালীৰ মুখত বা শৰীৰত নোম গজাৰ কাৰণও প্ৰতিকাৰৰ উপায়..

মহিলা-ছোৱালীৰ মুখত বা শৰীৰত নোম গজাৰ কাৰণও প্ৰতিকাৰৰ উপায়..

মহিলাৰ ঠোঁটৰ ওপৰত, গাল, বুকু, পেট, পিঠি আদিত কেতিয়াবা তুলনামূলকভাৱে মোটা বা কলা ধৰণৰ অলপ ঘন নোম দেখা দিয়ে। চিকিৎসা বিজ্ঞানত মহিলাৰ অবাঞ্ছিত নোম বৃদ্ধিক হিৰছুটিজম(Hirsutism) বোলা হয়। এনেধৰণৰ নোম গজাই মাথো বাহ্যিক সৌন্দর্যক নহয়, শৰীৰৰ আন অংগ প্ৰতংগকো প্ৰভাৱিত কৰে। কিদৰে অবাঞ্ছিত নোম তৈয়াৰী হয় মহিলাৰ – মহিলাৰ শৰীৰত