বৰ্ত্তমান সময়ত মহিলাসকলৰ বিভিন্ন ধৰনৰ সমস্যা সমূহ বৃদ্ধি হোৱা দেখা গৈছে। মাহেকীয়া সময়ত পেটৰ বিষ হোৱা, বগাস্ৰাব হোৱা ইয়াৰ লগতে আন্য এক সমস্যাও দ্ৰুত গতিত বাঢ়িছে। সেইটো হ’ল ঋতুস্ৰাবৰ বিসংগতি বা অনিয়মীয়া ঋতুস্ৰাব। আজি মই আপোনালোকক এই লেখাটোৰ জৰিয়তে মহিলা যুৱতিৰ আনিয়মীয়া মাহেকীয়াৰ বিষয়ে কম। লগতে এই সমস্যা কিয় হয়?
Year: 2023
অধিকাংশ মহিলাই মাহেকীয়াৰ সময়ত পেটৰ বিষত ভোগে। কিন্তু যদি এই সমস্যাটো মাহেকীয়াৰ বাহিৰে আন সময়তো বাৰে বাৰে হয়, তেন্তে ই গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে। নাভিৰ চাৰিওফালে বা তল পেটৰ বিষ বিভিন্ন প্ৰকাৰৰ সংক্ৰমণৰ ফলত হয়।আজি এই বিষয়ে জানো আহক- তল পেটৰ বিষ হোৱাৰ কাৰণ- মূত্ৰনলীৰ সংক্ৰমণ (ইউটিআই) বহুসময়ত মহিলাৰ
পাষাণ প্ৰেমিক! প্ৰেমিকাৰ দেহৰ ওপৰৰে গাড়ী চলাই নিলে ভণ্ড প্ৰেমিকে। ৰাজপথত চটফটাই থকা প্ৰেমিকাৰ কাতৰ আহ্বানকো নেওচি ঘটনাস্থলীৰ পৰা প্ৰস্থান কৰিলে পাষাণ হৃদয়ৰ প্ৰেমিকে। প্ৰথমে প্ৰেমিকাক বন্ধুৰ দ্বাৰা নিৰ্যাতন। প্ৰেমিকাই সহায় বিচৰাত চুলিত ধৰি টনা আজোঁৰা কৰাৰ লগতে ডিঙি চেপিও চলালে নিৰ্যাতন। আৰু তাৰ পাছত প্ৰেমিকাৰ ওপৰেৰেই গাড়ী চলাই নিবলৈ
ধনুৰ্মাসত কি কৰিব? ধনুৰ্মাসৰ সময়ত বিষ্ণু ভক্তসকলে তিনিটা কাৰ্য যেনে গোদা দেৱী বিৰাচিত থিৰুপ্পাভাই পাঠ কৰা, ভগৱান বিষ্ণুক ফুল আগবঢ়োৱা আৰু তেওঁৰ সৈতে জড়িত ধৰ্মীয় কাম-কাজত নিয়োজিত হোৱা আদি সমাপন কৰিব লাগে। কন্যাৰ দ্বাৰা ঘৰৰ সন্মুখত ৰখা ৰংগোলীৰ ওপৰত পুতলা ৰখাৰ পৰম্পৰাও আছে। ধনুৰ্মাসত ভগৱান বিষ্ণু মধুসুধন নামেৰে জনাজাত। সূৰ্য
অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙক পুনৰ প্ৰত্যাহ্বান আলফা স্বাধীনৰ। জি পি সিঙক প্ৰত্যাহ্বান জনাই সংবাদ মাধ্যমলৈ বিবৃতি প্ৰেৰণ কৰিছে আলফা স্বাধীনে। দুটা চৰ্ত সাপেক্ষে জি পি সিঙৰ প্ৰত্যাহ্বান গ্ৰহণ আলফা স্বাধীনৰ। আলফা স্বাধীনে ডিজিপি জি পি সিঙক দিয়া চৰ্ত দুটা হৈছে, জি পি সিঙৰ গাড়ী চালক আৰু নিৰাপত্তাত