📌’যিসকলে অস্ত্ৰ প্ৰশিক্ষণ দিছিল সিহঁত খিলঞ্জীয়া নহয়’ 📌’হিন্দুত্ববাদৰ নামত হিন্দু মানুহক বুৰ্বক বনাইছে’ 📌’বজৰং দলৰ আমি নাম শুনা নাই’ 📌’অসমত হিন্দু-মুছলমান চলিব দিয়া নহ’ব’
Year: 2023
ছবি পৰিচালক পাৰ্থজিৎ বৰুৱায়ে নিৰ্মান কৰা ‘ব্ৰাছ ষ্ট্রক’ নামৰ তথ্যচিত্ৰ খনে দ্বাদশ কলিকতা আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱত শ্ৰেষ্ঠ তথ্যচিত্ৰ বঁটা লাভ কৰে। বিগত ৩০ জুলাইত কলিকতাত অনুষ্ঠিত হোৱা দ্বাদশ কলিকতা আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱত পাৰ্থজিৎ বৰুৱাই শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা গ্ৰহণ কৰে। আনহাতে ব্ৰাছ ষ্ট্ৰক নামৰ তথ্যচিত্ৰ খন কেৰেলাৰ IDSFFK ৰ
নিউজ ব্যুৰ’,নগাঁও,১আগষ্ট:–বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে পৰিচিত কাজিৰঙাৰ ২০২১বৰ্ষৰ প্ৰলয়ংকাৰী বানত কহঁৰা বনাঞ্চলৰ মিহিমুখৰ পৰা CWRC কৰ্তৃপক্ষই উদ্ধাৰ কৰিছিল এটা গঁড়ৰ পোৱালি ৷ উদ্ধাৰ কৰা গঁড় পোৱালিটোৰ তেতিয়া বয়স আছিল মাত্ৰ ৫-১০ দিন ৷ মাতৃহাৰা হোৱা কণমানিটোক উদ্ধাৰ কৰি মাতৃস্নেহেৰে ডাঙৰ দীঘল কৰিছে কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃসংস্থাপন কেন্দ্ৰৰ চিকিৎসক কৰ্মচাৰীসকলে
নিউজ ব্যুৰ’,নগাঁও,১আগষ্ট:–নগাঁও জিলাৰ উত্তৰ-পশ্চিম প্ৰান্তৰ ৰাইদঙীয়া অঞ্চলৰ অগ্ৰণী সামাজিক, সাংস্কৃতিক অনুষ্ঠান “প্ৰজন্ম”ৰ উদ্যোগত নাট্যশিল্পী ৰাজ মেধিৰ সোঁৱৰণত আয়োজিত নৱম বাৰ্ষিক প্ৰযোজনা ভিত্তিক নাট কৰ্মশালাখনিৰ সোমবাৰে নিশা সামৰণি পৰে । সামৰণি অনুষ্ঠানত উপস্থিত থাকে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা । ভাষণ প্ৰসংগত শৰ্মাই কয় যে অসমীয়া সাহিত্য,সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত
নিউজ ব্যুৰ’,নগাঁও,৩১জুলাই :–উত্তৰ-পূব ভাৰতৰ সৰ্ব্ববৃহৎ ধর্মীয়-সামাজিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘই সংঘৰ সকলো সংগীকে আর্থিক দিশত সবল কৰাৰ মূল উদ্দেশ্যে অসম চৰকাৰৰ সমবায় বিভাগৰ দ্বাৰা “অসম ০৩ অফ্ ২০১৪-১৫ তাৰিখ–১১ ফেব্ৰুৱাৰী,২০১৫” নম্বৰত ৰাজ্যিক ভিত্তিত পঞ্জীয়ন লাভ কৰি “শ্ৰীমন্ত শংকৰদেৱ সংঘ থ্ৰিফ্ট এণ্ড ক্রেডিট কো-অপাৰেটিভ চ’চাইটি লিমিটেড” নামেৰে এটা বিত্তীয় অনুষ্ঠানৰ জন্ম