দেওবাৰৰ সন্ধিয়াৰ পৰা নতুন দিল্লীত বাহৰ পাতি থকা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীকে প্ৰমুখ্য কৰি বহুকেইজন কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰে ৷ দেশৰ ৰাজধানীত বাহৰ পাতি বহুকেইটা চৰকাৰী কাম কৰা মুখ্যমন্ত্ৰী ড° শৰ্মাই শুকুৰবাৰে অসম ভৱনত সাংবাদিকৰ সৈতে মতবিনিময় কৰে। অসম ভৱনত কৰা এই মতবিনিময় অনুষ্ঠানত
Year: 2023
এপিএছচি কেলেংকাৰীৰ অভিযুক্ত সুকন্যা বৰাই ২০১৭ বৰ্ষত ৰাজহ চক্ৰ বিষয়া হিচাপে যোগদান কৰিছিল৷ পৰৱৰ্তী সময়ত শীৰ্ষস্থানীয় বিষয়াৰ আৰ্শীবাদত কম সময়ৰ ভিতৰতে পদোন্নতি লাৱ কৰিছিল ADC পদলৈ ৷ মাত্ৰ ছয়বছৰীয়া এই কাৰ্যকালতে সুকন্যা বৰা হৈ পৰিল বহু কোটি টকাৰ সম্পত্তিৰ মালিক৷ সুকন্যাৰ সম্পত্তি দেখি তবধ মানিছে স্বয়ং CM Vigilance ৰ তদন্তকাৰী
জ্যোতিষশাস্ত্ৰৰ মতে অহা বছৰ অৰ্থাৎ ২০২৪ চনত শনি কুম্ভ ৰাশিত থাকিব। জ্যোতিষশাস্ত্ৰৰ নিয়ম অনুসৰি শনি যেতিয়া যিকোনো ৰাশিলৈ গতি কৰে তেতিয়া চন্দ্ৰৰ অৱস্থান সেই ৰাশিৰ সৈতে একে হয়। মুদগাল জ্যোতিষ কেন্দ্ৰৰ জ্যোতিষী পণ্ডিত নন্দকিশোৰ মুদগালে কয় যে নতুন বছৰৰ আৰম্ভণিতে শনি দেৱ কৃষ্ণ পক্ষ পঞ্চম তিথিত পৰে। অহা বছৰ তিনি
নতুন বছৰত বক্ৰ স্থানত অৱস্থান কৰিব শনিদেৱ। ইয়াৰ ফলত কেইবাটাও ৰাশিৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আহিব। শনি বক্ৰ অৱস্থাত থকাৰ ফলত ৩ ৰাশিৰ জাতক-জাতিকাসকলৰ উন্নতি অনিবাৰ্য। আগন্তুক বছৰত অৰ্থাৎ ৩০ জুনৰ পৰা ১৫ নৱেম্বৰ ২০২৪লৈ শনি বক্ৰ অৱস্থাত থাকিব। মকৰ ৰাশিৰ জাতক-জাতিকাৰ বাবে ভাল খবৰ আহিব। শনিদেৱৰ বিশেষ কৃপাত জীৱনত প্ৰচূৰ
মেষ ৰাশি: শ্ৰীগণেশে কৈছে, আজি আপুনি প্ৰতিটো বিষয়তে সাৱধান হ’ব। এলাহে আপোনাৰ চলি থকা যিকোনো কাম নষ্ট কৰিব পাৰে। পৰীক্ষাত নিজৰ দুৰ্বল বিষয়বোৰত ছাত্ৰ-ছাত্ৰীয়ে কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তেতিয়াহে সফলতা লাভ কৰিব পাৰিব। আপোনাৰ এলাহৰ বাবে কিছু কাম কাইলৈ পিছুৱাই দিব লগাত পৰিব, যিয়ে সমস্যাৰ সৃষ্টি কৰিব পাৰে। সামাজিক খণ্ডত